26 C
Guwahati
Thursday, September 29, 2022
More

    Breaking: অনভিজ্ঞ ট্ৰেভেলাৰ চালকৰ বাবে ভয়ানক দুৰ্ঘটনা, থিতাতে প্ৰাণ গ’ল ২ যাত্ৰীৰ

    আহত হৈছে ট্ৰেভেলাৰ খনত থকা অন্য ৩০জনৰো অধিক যাত্ৰী

    অনভিজ্ঞ ট্ৰেভেলাৰ চালকৰ বাবে ভয়ানক দুৰ্ঘটনা। দ্ৰুতবেগে আহি খুন্দা মাৰিলে পথৰ কাষৰ গছত। যাৰ বাবে থিতাতে নিহত দুজন যাত্ৰী। লগতে আহত হৈছে ট্ৰেভেলাৰ খনত থকা অন্য ৩০জনৰো অধিক যাত্ৰী। জলেশ্বৰৰ উৰুচত অংশ লৈ নগাঁৱৰ জুৰিয়ালৈ আহি থাকোতে সংঘটিত হয় এই দুৰ্ঘটনা।

    চালকৰ মইমতালিৰ বাবেই গোৱালপাৰাৰ ৰংজুলিত সংঘটিত হৈছে এই ভয়ানক দুৰ্ঘটনা। ভালদৰে বাহন চালনৰ জ্ঞান নথকাকৈয়ে চালকৰ আসনত বহাই কাল হ’ল। ট্ৰেভেলাৰখনৰ প্ৰচণ্ড খুন্দাত উভালি পৰে প্ৰকাণ্ড গছ। খুন্দা মাৰিয়ে ৰাজপথৰ ওপৰত বাগৰি পৰে বাহনখন।

    Photo : Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং