22 C
Guwahati
Tuesday, October 26, 2021
More

    Breaking: হাজো আৰক্ষীৰ সফলতা, জালত পৰিল ৭ দুৰ্ধৰ্ষ ডকাইত

    অসমৰ বহু আৰক্ষী থানাত ৰুজু হৈ আছে এই ৭ ডকাইতৰ বিৰুদ্ধে গোচৰ

    হাজো আৰক্ষীৰ জালত পৰিল ৭টাকৈ দুৰ্ধৰ্ষ ডকাইত। এক গোপন খবৰৰ ভিত্তিত তালাচী অভিযানত ধৰা পৰে কেউটা ডকাইত। ডকাইত কেইটা ক্ৰমে নিকু আলী, ইমৰান আলী, ইচমাইল আলী‌, আনোৱাৰ আলী, নজৰুল আলী, জাকিৰ‌ আলী আৰু জলিল আলী বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

    বৰ্তমানে এই ৭ ডকাইতক হাজো আৰক্ষীয়ে নিজৰ কবলত ৰাখি জেৰা অব্যাহত ৰাখিছে। ৰাজ্যৰ একাধিক চুৰি, ডকাইতি, ধন লুট, ATM লুট, গৰু চুৰি আদি বিভিন্ন ঘটনাৰ লগত জড়িত এই ডকাইত কেইজটা। অসমৰ বহু আৰক্ষী থানাত ৰুজু হৈ আছে এই ৭ ডকাইতৰ বিৰুদ্ধে গোচৰ।

    Photo: @mridulpritomdeka

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং