28 C
Guwahati
Friday, September 23, 2022
More

    Breaking: তিনিটাকৈ গ্ৰেনেড বিস্ফোৰণে কঁপালে ডিব্ৰুগড়

    প্ৰথমে একেটা সময়তে দুটাকৈ স্থানত ঘটিল বোম বিস্ফোৰণ

    ৭১ সংখ্যক গণৰাজ্য দিৱসৰ পুৱাই বিস্ফোৰণত কঁপি উঠিল উজনি। সোণাৰিৰ পিছত এইবাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলা ডিব্ৰুগড়ত বিস্ফোৰণ। গ্ৰেনেড বিস্ফোৰণে কঁপালে ডিব্ৰুগড়ৰ তিনিটাকৈ স্থান।

    প্ৰথমে একেটা সময়তে দুটাকৈ স্থানত ঘটিল বোম বিস্ফোৰণ। প্ৰথমটো বিস্ফোৰণ সংঘটিত হয় গ্ৰাহাম বজাৰৰ আস্থা হাস্পতালৰ সমুখত। দ্বিতীয়তো বিস্ফোৰণ সংঘটিত হয় মাৰোৱাৰী পট্টীৰ গুৰুদ্বাৰৰ সমীপত। আনহাতে তৃতীয়টো বোমা বিস্ফোৰণ ডিব্ৰগড়ৰ জিলাৰ দুলীয়াজানত। দুলীয়াজান থানাৰ সন্মূখত পিপলতলত সংঘটিত হয় এই বিস্ফোৰণ। অৱশ্যে কোনো হতাহতৰ খবৰ অহা নাই এই মূহুৰ্ত লৈকে।

    Photo: @abdulrajjak

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং