27 C
Guwahati
Thursday, September 29, 2022
More

    Breaking: গণতন্ত্ৰ দিৱসৰ লগত সংগতি ৰাখি ১৩গৰাকী অসম আৰক্ষী বিষয়ালৈ ৰাষ্ট্ৰপতি পুৰস্কাৰ

    গণতন্ত্ৰ দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰপতি পুৰস্কাৰ আৰক্ষী বিষয়ালৈ। নিজ নিজ কৰ্মক্ষেত্ৰত দেখুওৱা নিষ্ঠাৰ বাবে ৰাজ্যৰ কেইবাজনো আৰক্ষী বিষয়ালৈ এই বিশেষ সন্মান। তাৰে ভিতৰত উল্লেখযোগ্য নিতুল গগৈ(IPS)ডেপুটি ইন্সপেক্টৰ জেনেৰেল অৱ পুলিচ।

    উৎকৃষ্ট নিদৰ্শন আৰু সাহসীকতাৰ বাবে এই সন্মান প্ৰদান কৰা হ’ব আৰক্ষী বিষয়া কেইগৰাকীলৈ। গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা আগবঢ়াবলগীয়া এই পুৰস্কাৰৰ তালিকাত ভাৰতবৰ্ষৰ মুঠ ১০৪০ গৰাকী আৰক্ষী বিষয়াৰ নাম অন্তৰ্ভুক্ত হৈছে।

    Photo Credit: the sen times (Representative Image)

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং