21 C
Guwahati
Friday, January 14, 2022
More

    Breaking: গুৱাহাটীৰ ছয়মাইলত পুনৰ ডকাইতি কাণ্ড, লুটি নিলে ১.৫ লাখ

    এই সমগ্ৰ ঘটনাৰ দৃশ্য আবদ্ধ হৈছে এখন দোকানত থকা চিচি টিভিৰ ফুটেজত

    গুৱাহাটীৰ ছয়মাইলত পুনৰ ডকাইতি কাণ্ড। ভাৰতীয় ষ্টেট বেংকৰ ছয়মাইল ব্ৰাঞ্চৰ সন্মুখত সংঘটিত হৈছে এই ডকাইতি কাণ্ড। ছয়মাইলৰ সূৰুজ নগৰত ৰাজপথৰ মাজতেই বাইকত অহা দুই যুৱকে টানি লৈ যায় টকা ভৰ্তি বেগ। এই সমগ্ৰ ঘটনাৰ দৃশ্য আবদ্ধ হৈছে এখন দোকানত থকা চিচি টিভিৰ ফুটেজত।

    এই ঘটনাৰ ভুক্তভোগী ব্যক্তিগৰাকী হৈছে বসন্ত হাতীমূৰীয়া। ব্যক্তিজনৰ পৰা ডেৰ লক্ষাধিক টকা লুটি নিয়ে বাইকত অহা দুৰ্বৃত্তই। ইতিমধ্য দিশপুৰ আৰক্ষীৰ কাষ চাপিছে হাতীমূৰীয়া।

    Inputs And Photo : Mriganka Mohan Dutta

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং