26 C
Guwahati
Saturday, September 24, 2022
More

    নিজৰ ঘৰত নিজেই অগ্নিসংযোগ এজন যুৱকৰ, লখিমপুৰত সংঘটিত এই ঘটনা

    ৰঞ্জিত ভূমিজ নামৰ যুৱকজনে সংঘটিত কৰিলে এই ঘটনা

    লখিমপুৰৰ লালুকৰ অহাট বাগানত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এজন যুৱকে নিজেই অগ্নিসংযোগ কৰিলে নিজৰ ঘৰ। ইমানতে ক্ষান্ত নাথাকি দা লৈও খেদিলে অগ্নিনিৰ্বাপক বাহিনীৰ লগতে ঘটনাস্থলীত উপস্থিত আৰক্ষীকো।

    ৰঞ্জিত ভূমিজ নামৰ যুৱকজনে সংঘটিত কৰিলে এই ঘটনা৷ লালুক আৰক্ষীৰ বিশাল আৰক্ষী বাহিনীয়ে অৱশেষত আটক কৰে যুৱকজনক৷ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হয় যদিও ইতিমধ্যে ঘৰটো জুইত জাহ যায়। বৰ্তমানেও জানিব পৰা হোৱা নাই যুবকজনে কিয় সংঘটি কৰিলে এই কাণ্ড।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং