কামপুৰ ৰে’ল ষ্টেচনত চলন্ত ৰে’লৰ পৰা জঁপিয়ালে এজন যুৱকে। মৃত যুৱকজনৰ নাম বিদ্যা হাঞ্চে। বৈঠালাংছ” লাংখাংপি গাঁৱৰ যুৱকজন। কামপুৰ ষ্টেছনত ৰে’লখন ৰখাই নিদিয়াৰ বাবেই জাপ দিছিল যুৱকজনে।
সংকটজনক অৱস্থাত ৰে’লৱে অাৰক্ষীয়ে কামপুৰ FRUত ভৰ্তি কৰিছিল যদিও কৰুণ মৃত্যুক সাৱটি লয় যুৱকজনে।
KAMPUR | Edited by: Dulu Medhi