29 C
Guwahati
Tuesday, September 28, 2021
More

    BREAKING: ৰে’ল নৰখোৱাৰ বাবে চলন্ত ৰে’লৰ পৰা জাপ যুৱকৰ

    কামপুৰ ষ্টেছনত ৰে'লখন ৰখাই নিদিয়াৰ বাবেই জাপ দিছিল যুৱকজনে।

    কামপুৰ ৰে’ল ষ্টেচনত চলন্ত ৰে’লৰ পৰা জঁপিয়ালে এজন যুৱকে। মৃত যুৱকজনৰ নাম বিদ্যা হাঞ্চে। বৈঠালাংছ” লাংখাংপি গাঁৱৰ যুৱকজন। কামপুৰ ষ্টেছনত ৰে’লখন ৰখাই নিদিয়াৰ বাবেই জাপ দিছিল যুৱকজনে।

    সংকটজনক অৱস্থাত ৰে’লৱে অাৰক্ষীয়ে কামপুৰ FRUত ভৰ্তি কৰিছিল যদিও কৰুণ মৃত্যুক সাৱটি লয় যুৱকজনে।

    KAMPUR | Edited by: Dulu Medhi

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং