26 C
Guwahati
Friday, October 7, 2022
More

    বিজেপিৰ সংকল্প সমাৰোহলৈ অহা লোকক ক’লা পতাকা প্ৰদৰ্শন

    ডিব্ৰুগড়ত বিজেপিৰ সংকল্প সমাৰোহৰ সময়তে প্ৰতিবাদ। বিজেপি আৰু অগপৰ মিত্ৰজোঁটৰ উদ্যোগত ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা সংকল্প সমাৰোহত অংশগ্ৰহণ কৰিবলৈ অহা সকলক ক’লা পতাকা প্ৰদৰ্শন।

    সমাৰোহলৈ অহা লোকক চৌকিডিঙ্গীত আছুৰ দ্বাৰা প্ৰদৰ্শন কৰা হয় ক’লা পতাকা। সেই সময়ত আৰক্ষী আৰু সেনাও মোতায়েন কৰা আছিল সেই স্থানত।

    Photo Credit: Abdul Rajjak

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং