26 C
Guwahati
Friday, October 7, 2022
More

    ডেৰ লক্ষাধিক কাৰ্যকৰ্তাৰে ডিব্ৰুগড়ত বিজেপিৰ সংকল্প সমাৰোহ

    উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,নৱ দলে,কেশৱ মহন্ত,কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী,ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসকে ধৰি বিজেপিৰ একাধিক মন্ত্ৰী বিধায়ক

    কা বিৰোধী আন্দোলন,বিভিন্ন দল সংগঠনৰ বাধাৰ মাজতেই ডিব্ৰুগড় খনিকৰত আজি অনুষ্ঠিত হ’ব বিজেপিৰ সংকল্প সমাৰোহ। যোৰহাট,শিৱসাগৰ চৰাইদেও তিনিচুকীয়া ডিব্ৰুগড় জোনাইক সাঙুৰি আয়োজন কৰা হৈছে এই সংকল্প সমাৰোহ। ডেৰ লক্ষাধিক কাৰ্যকৰ্তাৰ অংশগ্ৰহণেৰে বিজেপিয়ে আয়োজন কৰিছে এই সংকল্প সমাৰোহৰ।

    উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,নৱ দলে,কেশৱ মহন্ত,কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী,ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসকে ধৰি বিজেপিৰ একাধিক মন্ত্ৰী বিধায়ক। নলবাৰীৰ পৰা বিজেপিয়ে আৰম্ভ কৰা শান্তি সমদল আৰু সংকল্প সমাৰোহৰ আজি ডিব্ৰুগড়ত অন্ত পৰিব। সকলো প্ৰত্যাহ্বান নেওচি এক প্ৰকাৰ শক্তি প্ৰদৰ্শন কৰিব আজি বিজেপিয়ে।

    Photo: @abdulrajjak

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং