19 C
Guwahati
Monday, February 6, 2023
More

    BTCৰ ৪০খন আসনতে বিজেপিয়ে প্ৰাৰ্থী দিব, এই ঘোষণা মন্ত্ৰী ভৱেশ কলিতাৰ

    ২১ খনৰ অধিক আসন বিজেপিয়ে পাব বুলি আশাবাদী। সংবাদমেলত এই মন্তব্য কলিতাৰ

    BTC নিৰ্বাচনক লৈ বিজেপিৰ সংবাদমেল। BTC নিৰ্বাচন বিজেপিয়ে এককভাৱে খেলিব। BPFৰ লগত মিত্ৰতা নকৰে আগন্তুক BTC নিৰ্বাচনত। BTCৰ ৪০খন আসনতে বিজেপিয়ে প্ৰাৰ্থী দিব। সংবাদমেলত এই ঘোষণা মন্ত্ৰী ভৱেশ কলিতাৰ।

    ১৬ মার্চত বিজেপিয়ে ঘোষণা কৰিব প্ৰাৰ্থীৰ তালিকা। ২১ খনৰ অধিক আসন বিজেপিয়ে পাব বুলি আশাবাদী। সংবাদমেলত এই মন্তব্য কলিতাৰ।

    ৪ এপ্ৰিলত অনুষ্ঠিত হ’ব বি টি চিৰ নিৰ্বাচন ভোটগ্ৰহণ৷ মনোনয়ন পত্ৰ জমা দিয়াৰ অন্তিম দিন ১৮ মাৰ্চ আৰু প্ৰত্যাহাৰৰ তাৰিখ ২১ মাৰ্চ। পৰিষদৰ মুঠ ৪০খন আসনৰ বাবে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং