BTC নিৰ্বাচনক লৈ বিজেপিৰ সংবাদমেল। BTC নিৰ্বাচন বিজেপিয়ে এককভাৱে খেলিব। BPFৰ লগত মিত্ৰতা নকৰে আগন্তুক BTC নিৰ্বাচনত। BTCৰ ৪০খন আসনতে বিজেপিয়ে প্ৰাৰ্থী দিব। সংবাদমেলত এই ঘোষণা মন্ত্ৰী ভৱেশ কলিতাৰ।
১৬ মার্চত বিজেপিয়ে ঘোষণা কৰিব প্ৰাৰ্থীৰ তালিকা। ২১ খনৰ অধিক আসন বিজেপিয়ে পাব বুলি আশাবাদী। সংবাদমেলত এই মন্তব্য কলিতাৰ।
৪ এপ্ৰিলত অনুষ্ঠিত হ’ব বি টি চিৰ নিৰ্বাচন ভোটগ্ৰহণ৷ মনোনয়ন পত্ৰ জমা দিয়াৰ অন্তিম দিন ১৮ মাৰ্চ আৰু প্ৰত্যাহাৰৰ তাৰিখ ২১ মাৰ্চ। পৰিষদৰ মুঠ ৪০খন আসনৰ বাবে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।
Photo: Time8