28 C
Guwahati
Thursday, October 28, 2021
More

    Breaking: CABৰ বিৰুদ্ধে যুঁজিবলৈ বিজেপিৰ সাধাৰণ সদস্য পদ ত্যাগ ৰাতুল গগৈৰ

    পদত্যাগ কৰিয়েই বিজেপিৰ জাতিধ্বংসী কাৰ্যৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ আগত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৰাতুল গগৈৰ

    নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ ঘোৰ বিৰোধিতা কৰি বিজেপিৰ সাধাৰণ সদস্য পদ ত্যাগ কৰিলে বিজেপিৰ ডিব্ৰুগড় জিলা সমিতিৰ অবিচি মৰ্চাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, জিলা বিজেপি যুৱ মৰ্চাৰ প্ৰাক্তন কাৰ্যালয় সম্পাদক, বিজেপিৰ জিলা সমিতিৰ চছিয়েল মিডিয়া চেলৰ সমন্বয়ক ৰাতুল গগৈয়ে।

    Photo : Time8

    পদত্যাগ কৰিয়েই বিজেপিৰ জাতিধ্বংসী কাৰ্যৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ আগত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাতুল গগৈয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং