24 C
Guwahati
Thursday, October 21, 2021
More

    মৰিগাঁৱত বিজেপিৰ সাধাৰণ সম্পাদকৰ বাছ জ্বলালে দুৰ্বৃত্তই

    ঘৰৰ সমুখতে নিশা দুৰ্বৃত্তই জ্বলালে বাছখন

    মৰিগাঁৱত ভয়ংকৰ ঘটনা। দুৰ্বৃত্তই জ্বলালে জিলা বিজেপিৰ সাধাৰণ সম্পাদকৰ বাছ।

    ঘৰৰ সমুখতে নিশা দুৰ্বৃত্তই জ্বলালে বাছখন। মৰিগাওঁ জিলা বিজেপিৰ সাধাৰণ সম্পাদক ৰাম প্ৰসাদ সৰকাৰৰ ঘৰত এই ঘটনা।

    Photo : Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং