32 C
Guwahati
Saturday, October 16, 2021
More

    আজি বিশ্বকৰ্মা পূজা, সমগ্ৰ ৰাজ্যতে পূজাৰ ব্যস্ততা

    বৈদ্যুতিন আৰু ছপা সংবাদ মাধ্যমৰ কাৰ্যালয়সমূহো পুৱাৰে পৰা ব্যস্ততা দেখা গৈছে

    বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজাক লৈ পুৱাৰে পৰা ৰাজ্যজুৰি পাৰভঙা উচাহ। ব্যস্ত হৈ পৰিছে ভক্তসকল। বিশ্বকৰ্মা পূজা ভাৰতৰ কৰ্ণাটক, অসম, পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা আৰু ত্ৰিপুৰাত প্ৰতিবছৰে ভাদ মাহৰ সংক্ৰান্তি বা কণ্যা সংক্ৰান্তিত পালন কৰা হয়। এই উৎসৱ কাৰখানা আৰু উদ্যোগিক স্থানসমূহত পালন কৰা হয়।

    গুৱাহাটী

    পূজা উদযাপন সমিতিসমূহে আকৰ্ষণীয়কৈ সজাই–পৰাই তুলিছে পূজা মণ্ডপসমূহ। প্ৰতিখন ব্যৱসায় প্ৰতিষ্ঠান, উদ্যোগসমূহত পূজাৰ আয়োজন কৰা হৈছে। বৈদ্যুতিন আৰু ছপা সংবাদ মাধ্যমৰ কাৰ্যালয়সমূহো পুৱাৰে পৰা ব্যস্ততা দেখা গৈছে। মুঠতে সমগ্ৰ ৰাজ্যতে উত্সাহ-উদ্দীপনাৰে পালন কৰা হৈছে বিশ্বকৰ্মা পূজা।

    লখিমপুৰৰ লালুকত ইছলাম ধৰ্মী লোকসকলে পালন কৰিছ বিশ্ব কৰ্মা পূজা।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং