25 C
Guwahati
Thursday, October 21, 2021
More

    শিলাদিত্যই বেছি কথা ক’লে ঘৰৰ বাথৰুমত সোমায়ো ৰক্ষা নাপাবঃ বীৰ লাচিত সেনা

    কেব গৃহীত হ'লে যুদ্ধৰ বাবে সাজু হৈ থাকিবলৈ হুংকাৰ দিলে চৰকাৰক

    যোৰহাটত শিলাদিত্যক পুনৰ সকিয়নী প্ৰদান বীৰ লাচিত সেনাৰ। মুকলিকৈ শিলাদিত্যক মাৰপিট কৰা হ’ব বুলি মন্তব্য প্ৰকাশ কৰে বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাই। শিলাদিত্যই বেছি কথা ক’লে ঘৰৰ বাথৰুমত সোমাইয়ো ত’ত নাপাব বুলি মন্তব্য কৰে বীৰ লাচিত সেনাই।

    কেব গৃহীত হ’লে যুদ্ধৰ বাবে সাজু হৈ থাকিবলৈ হুংকাৰ দিলে চৰকাৰক। অসমত ভূমিপুত্ৰৰহে দাদাগিৰী চলিব ইয়াত কোনো বিজেপি নেতাৰ দাদাগিৰী নচলিব বুলি তীব্ৰ ভাষাৰে সকীয়নী প্ৰদান কৰে শৃংখলা চলিহাই।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং