30 C
Guwahati
Tuesday, October 26, 2021
More

    বকো আৰক্ষীৰ জালত বৃহৎ বাইক চুৰি চক্ৰ

    বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যোগেদ্ৰ বৰ্মনৰ নেতৃত্বত অভিযান

    বাইক চোৰৰ বিৰুদ্ধে বকো আৰক্ষীৰ সফল অভিযান। বকোৰ ৰাজাপাৰাত ৪টা বাইক চোৰক গ্ৰেপ্তাৰ। তিনিখন বাইক উদ্ধাৰ। ইয়াৰে দুখন চুৰি বাইক বুলি নিশ্চিত।

    গ্ৰেপ্তাৰ কৰা চোৰকেইটা আকাশ খাখলাৰী, বিকাশ কুমাৰ কছাৰী, দ্বীপজ্যোতি গগৈ আৰু জিন্টু বড়ো।

    বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যোগেদ্ৰ বৰ্মনৰ নেতৃত্বত অভিযান।দীৰ্ঘদিন ধৰি বাইক চুৰিৰে সন্ত্ৰাস চলাইছিল ধৃত চোৰকেইটাই।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং