25.4 C
Guwahati
Thursday, October 14, 2021
More

    Big Breaking: বিজেপিৰ প্ৰাক্তন সাংসদ আৰ পি শৰ্মাৰ কংগ্ৰেছত যোগদান

    তেজপুৰৰ প্ৰাক্তন সাংসদ আছিল ৰাম প্ৰসাদ শৰ্মা।

    কংগ্ৰেছলৈ গ’ল বিজেপিৰ প্ৰাক্তন সাংসদ। দিল্লীত কংগ্ৰেছত যোগদান আৰ পি শৰ্মাৰ। TIME8ক ফোনযোগে জনালে আৰ পি শৰ্মাই।

    তেজপুৰৰ প্ৰাক্তন সাংসদ আছিল ৰাম প্ৰসাদ শৰ্মা। ১ মাৰ্চত সমৰ্থকে সৈতে কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰিব শৰ্মাই।

    ২০১৪ চনৰ পৰা ২০১৯ চনলৈ তেজপুৰ সমষ্টিৰ সাংসদ আছিল ৰাম প্ৰসাদ শৰ্মা। পিছে বিগত ২০১৯ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে তেওঁৰ টিকট কৰ্তন কৰাত এক প্ৰকাৰ বিসম্বাদী হৈ পৰিছিল দলটোৰ বিৰুদ্ধে। তেতিয়াৰ পৰাই অন্য দলত যোগদানৰ কথা উলাইছিল আৰ পি শৰ্মাৰ।

    Photo Credit: time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং