20 C
Guwahati
Saturday, January 29, 2022
More

    ভূটানলৈ যোৱা সকলো ভ্ৰমণকাৰীকে ১৪ দিনৰ বাবে ৰখা হ’ব বাধ্যতামূলক আছুতীয়া কক্ষত

    ২০২০, ১৬ মাৰ্চত এই জাননী জাৰি কৰে দেশখনৰ স্বাস্থ্য মন্ত্ৰালয়ে

    ভূটানত প্ৰৱেশৰ ক্ষেত্ৰত চৰকাৰৰ নতুন নিৰ্দেশনা জাৰি। দেশখনত ভ্ৰমণৰ বাবে যোৱা সকলো ভ্ৰমণকাৰীকে ৰখা হ’ব ১৪ দিন বাবে আছুতীয়া কক্ষত। মহামাৰী ৰূপ ধাৰণ কৰা কৰ’ণা ভাইৰাছৰ বাবেই এই বিশেষ সিদ্ধান্ত গ্ৰহণ চুবুৰিয়া দেশখনৰ। ২০২০, ১৬ মাৰ্চত এই জাননী জাৰি কৰে দেশখনৰ স্বাস্থ্য মন্ত্ৰালয়ে।

    অসমৰ পৰা যোৱা আমেৰিকাৰ পৰ্যটক ভুটানত কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰৰ পিছতে বিশেষ সতৰ্কতা অৱলম্বন কৰিছে দেশখনৰ প্ৰশাসনে। আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ সুস্থ-অসুস্থ সকলো বহিৰাগত লোককে দেশখনত প্ৰৱেশৰ পিছত ৰাখিব আছুতীয়াকৈ।

    Photo Credit: Health ministry Bhutan and Steppes Travel

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং