26 C
Guwahati
Saturday, September 24, 2022
More

    নগাঁও আৰক্ষীৰ জালত ২ বাংলাদেশী নাগৰিক

    ধৃত বাংলাদেশী দুটাৰ নাম মহমম্দ গিয়াছউদ্দিন আৰু কামাল আহমেদ

    দুজন বাংলাদেশী নাগৰিকক আটক কৰে নগাঁও আৰক্ষীয়ে। বৃহস্পতিবাৰে নিশা বাংলাদেশৰ চিলেট জিলাৰ পৰা কাঁটা তাৰ পাৰ হৈ আহিছিল বাংলাদেশী দুজন।

    ধৃত বাংলাদেশী দুটাৰ নাম মহমম্দ গিয়াছউদ্দিন আৰু কামাল আহমেদ। ধৃত বালাংদেশী দুজনক আৰক্ষীৰ জেৰা অব্যাহত।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং