15 C
Guwahati
Tuesday, January 25, 2022
More

    দিনৰ পোহৰতে নৈ সাঁতুৰি কৰিমগঞ্জত অনুপ্ৰৱেশ বাংলাদেশীৰ

    সীমান্তৰ কুশিয়াৰা নৈ সাতুৰি কৰিমগঞ্জত উপস্থিত হয় বাংলাদেশীটো

    কৰ’ণাতংকৰ মাজতে ভাৰতত অনুপ্ৰৱেশ বাংলাদেশী নাগৰিকৰ। দিনত পোহৰতে কৰিমগঞ্জত নৈ সাঁতুৰি প্ৰৱেশ বাংলাদেশীৰ| কৰিমগঞ্জত সীমান্তৰ কুশিয়াৰা নৈ সাতুৰি কৰিমগঞ্জত উপস্থিত হয় বাংলাদেশীটো।

    পিছে স্থানীয় ৰাইজে আটক কৰি বি.এছ.এফ.ৰ জোৱানক গতায় দিয়ে| কিন্তু ইয়াৰ পাছতেই বি.এছ.এফে সংবাদ মাধ্যম আনকি আৰক্ষীকো তথ্য দিয়াৰ পৰা বিৰত থাকে|

    আৰক্ষীৰ অনুমান বাংলাদেশৰ সৈতে আলোচনা কৰি লোকজনক বাংলাদেশলৈ পঠিয়াই দিয়া হৈছে| ঘটনা লৈ তীব্ৰ চাঞ্চল্য দেখা দিছে কৰিমগঞ্জ চহৰৰ দাসপট্টি এলাকাত।

    Photo Credit: @soumyajitpurkayastha

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং