23 C
Guwahati
Friday, May 20, 2022
More

    কংগ্ৰেছ এতিয়া জিৰ’ আৰু আমি হিৰ’: বদৰুদ্দিন আজমল

    তৰুণ গগৈৰ সংবাদমেলৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলৰ

    তৰুণ গগৈ এতিয়া কোনো পদত নাই। গতিকে তেওঁ ক’লে নহ’ব। সভাপতিয়ে লিখিত প্ৰস্তাৱ দিলে আলোচনা কৰিম এই সন্দৰ্ভত। ৰাজনীতিত সময়ে সময়ে সকলো সলনি হয়। কংগ্ৰেছ এতিয়া জিৰ’ আৰু আমি হিৰ’।’- তৰুণ গগৈৰ সংবাদমেলৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলৰ।

    প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সংবাদমেলত মন্তব্য কৰিছিল যে AIUDFৰ লগত মিত্ৰতা হোৱাতো বিচাৰিছো, বিজেপিৰ মিত্ৰতাৰ নীতি সফল হৈছে সকলোতে, বিজেপিয়ে পাৰিলে আমি কিয় নোৱাৰিম, পূৰ্বে মই AIUDFৰ লগত মিত্ৰতাত বাধা আৰোপ কৰিছিলো কিন্তু এতিয়া মই AIUDৰে মিত্ৰতা হোৱাটো বিচাৰো।’

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং