16 C
Guwahati
Thursday, November 25, 2021
More

    Yasin Mazumder

    Recent articles

    Articles by this author

    মৰিগাঁৱত এমাহ এদিনৰ অন্তত কোৱাৰাণ্টাইনৰ পৰা যাবলৈ দিয়া হ’ল ১৫জন লোকক

    জিলাখনৰ জাগীৰোডৰ ১২জন, লাহৰীঘাটৰ ২জন আৰু মৈৰাবাৰীৰ বহলামুখৰ এজন লোকক কোৱাৰাণ্টাইনত ৰখা হৈছিল

    বিহুত পিঠা-লাড়ু নালাগে, লাগে ড্ৰাগছ; এম্বুলেঞ্চত ৰোগীৰ সলনি উদ্ধাৰ ড্ৰাগছ

    এম্বুলেঞ্চখনৰ পৰা তিনি লাখ টকাৰো অধিক মূল্যৰ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে

    বৰাক নৈৰ পাৰত উদ্ধাৰ ২ বস্তা কোৰাণ শ্বৰিফ

    স্থানীয় লোকসকলে বৰাক নৈত গা ধোৱাৰ সময়ত বস্তা দুটা প্ৰত্যক্ষ কৰে

    লকডাউনৰ মাজতে এজন আৰক্ষী কৰ্মী নিহত, ৰাইজৰ সৈতে হৈছিল সংঘৰ্ষ

    আহত অৱস্থাত তেওঁক উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজত লৈ অহাৰ পিছতে চিকিত্সকে মৃত বুলি ঘোষণা কৰে

    লকডাউনৰ মাজতে শোকাৱহ পথ দুৰ্ঘটনা; গুৰুতৰভাৱে আহত ৪

    কাছাৰ জিলাৰ উদাৰবন্দৰ ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ সমীপত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা

    ইটালী ফেৰৎ এগৰাকী শিলচৰৰ মডেল মুম্বাই দিল্লী হৈ ঘৰত উপস্থিত

    পৰীক্ষাৰ ৰিপৰ্ট নেগেটিভ আহিলেও সুৰক্ষাজনিত কাৰণত ঘৰতে ১৪ দিন আইছ'লেট হৈ থকাৰ পৰামৰ্শ হাস্পতাল কৰ্তৃপক্ষৰ