25 C
Guwahati
Thursday, October 6, 2022
More

    T8 Digital Desk

    Recent articles

    Articles by this author

    কাজিৰঙাত বানৰ সংহাৰী ৰূপ, বানত ডুবি ৩ টা গড়ৰ মৃত্যু

    উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বান পৰিস্থিতি পূৰ্বতকৈ কিছু স্থিৰ অৱস্থালৈ আহিছে যদিও বৰ্তমানেও জলমগ্ন ৰাষ্ট্ৰীয় উদ্যান খনৰ ৭০ শতাংশতকৈয়ো অধিক অংশ

    ওবামা, বিল গেটচ্ সহ বহু কেইজন বিশিষ্ট ব্যক্তিৰ টুইটাৰ একাউণ্ট হেক

    হেকাৰে মাইক্ৰছফ্টৰ সংস্থাপক বিল গেটচ্, টেস্লাৰ চিইঅ এল'ন মাস্ক, আমেৰিকাৰ প্ৰাক্তন উপ ৰাষ্ট্ৰপতি জো বিদেন, প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামা, ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটান্যাহু, বাৰেন বাফেট, এপল, উবেৰৰ লগতে অন্য কেইবাটাও একাউণ্ট হেক কৰিছে

    ৰাজস্থানৰ ৰাজনৈতিক সংকট; শচীন পাইলটলৈ ৰাহুল গান্ধীৰ বাৰ্তা

    মঙ্গলবাৰে ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰে উপমুখ্যমন্ত্ৰী আৰু দলৰ অধ্যক্ষ শচীন পাইলটসহ আন দুগৰাকী মন্ত্ৰীক বৰ্খাস্ত কৰে। বিজেপিৰ লগত লগ লাগি ৰাজস্থানৰ কংগ্ৰেছ দলক অশান্ত কৰাৰ অভিযোগ কংগ্ৰেছৰ একাংশ মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে। ইয়াৰ মাজতে প্ৰাক্তন উপ মুখ্যমন্ত্ৰ শচীন পাইলটলৈ বাৰ্তা...

    ৩৩,৭৩৭ কোটি বিনিয়োগেৰে গুগলে কিনিলে জিঅ’ৰ অংশীদাৰিত্ব; ভাৰতবৰ্ষ হ’ব ২ জি মুক্ত

    মুকেশ আম্বানীৰ পত্নী নীতা আম্বানীয়ে প্ৰথমবাৰৰ বাবে ৰিলায়েন্স এ জি এম সম্বোধন কৰে । এই সভাত তেওঁ ৰিলায়েন্স ফাউণ্ডেশ্যনৰ দ্বাৰা কৰ’ণা মহামাৰীৰ সংকটৰ সময়ত কৰা বিভিন্ন ধৰণৰ সামাজিক কাৰ্যৰ বিষয়ে জনায়

    হৃদয় বিদাৰক, একেটা পৰিয়ালৰে ৪ জনেই কৰিলে আত্মহত্যা

    ৪ গৰাকী সদ্যৰে এটা পৰিয়াল। কিন্তু পৰিস্থিতিয়ে বাধ্য কৰালে চাৰিওকে আত্মহত্যা কৰিবলৈ। পৰিয়ালটোত আছিল পিতৃ-মাতৃ আৰু দুই শিশু। এটিৰ ১২ বছৰ আৰু আনটিৰ ৮। আত্মহত্যাৰ অৰ্থ বুজি নপোৱা শিশু হতেও বাচি ললে আত্মহত্যাৰ দৰে চৰম পথ। এই...

    কৰ’ণা মহামাৰী: দেশত প্ৰথমবাৰৰ বাবে ২৪ ঘন্টাত ২৯,০০০ তকৈ অধিক লোক আক্ৰান্ত

    দেশত তীব্ৰ হাৰত বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্ত ব্যক্তিৰ সংখ্যা। দৈনিক বহু হাজাৰ হাজাৰ লোক‌ আক্ৰান্ত হৈছে এই মহামাৰীত । কৰ'ণা মহামাৰীত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই আহিছে প্ৰতিদিনে । বিগত ২৪ ঘন্টাত প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষত অধিক লোক...