25.5 C
Guwahati
Friday, October 15, 2021
More

    Sohidul Alam

    Recent articles

    Articles by this author

    ডবকাৰ মোৰাঝাৰত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত নিহত এজন যুৱক

    দুৰ্ঘটনাটোত নিহত হোৱা যুৱকজনৰ নাম অৰুপ চাহা। নগাঁৱৰ বাসিন্দা নিহত যুৱকজন। দুৰ্ঘটনাস্থলীত মোৰাঝাৰ আৰক্ষী উপস্থিত হয়

    ডবকাত এগৰাকী আদিবাসী যুৱতীক ধৰ্ষণৰ পিছত হত্যা কৰা সন্দেহ, ২জন যুৱক গ্ৰেপ্তাৰ

    ডবকাৰ ভেলৌগুৰিত এগৰাকী আদিবাসী যুৱতীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ গাওঁখনৰেই কেইজনমান যুৱকৰ বিৰুদ্ধে

    অতিকে ভয়ংকৰ পৰিণতি ভূমি বিবাদৰ, মহিলাক জীৱন্তে জ্বলাই দিয়াৰ চেষ্টা

    অভিযোগ অনুসৰি বুৰহান আৰু ৰহিম সহিতে গাঁওৰ এচাম লোকে পথাৰতে কেৰাচিন ঢালি মহিলাগৰাকীক জ্বলাই হত্যা কৰাৰ চেষ্টা কৰিছিল বুলি জানিবলৈ দিছে

    সুখবৰ; অসমৰ আটাইতকৈ কনিষ্ঠ কৰ’ণা ৰোগী সুস্থ হৈ ঘৰলৈ যাত্ৰা

    ৰাজ্যত কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যাই সহস্ৰাধিকৰ ঘৰ অতিক্ৰম কৰাৰ পিছতে ৰাজ্যবাসীলৈ আহিছে সৰুকৈ হ'লেও এক সুখবৰ। ৰাজ্যৰ সকলোতকৈ কনিষ্ঠতম কৰ'ণা আক্ৰান্ত সুস্থ ঘৰলৈ ঘূৰি গ'ল। এই খবৰে এতিয়া কেৱল ৰাজ্যবাসীলৈয়ে নহয়, হোজাইবাসীৰ বাবেও এক ভাল খবৰ৷ হোজাইৰ দেৱস্থানৰ...

    হোজাইৰ যমুনামুখ ষ্টেচনত শ্ৰমিক ৰে’লৰ পৰা নমা ৯জন লোকক লৈ আতংক

    যমুনামুখ ষ্টেচনত ষ্টপেজ নথকা ৰে'লখন বানপানীৰ বাবে ৰৈ গৈছিল

    হোজাইত অস্ত্ৰোপ্ৰচাৰ কৰি উঠা ৰোগীৰ হাস্পতালতেই আত্মহত্যা

    নিশা ঘটনা স্থলীত আৰক্ষী উপস্থিত হোৱাৰ পাছতো সাংবাদিকক প্ৰৱেশ কৰাত বাধা আৰোপ কৰিছিল হাস্পতাল কর্তৃপক্ষই