27 C
Guwahati
Monday, August 8, 2022
More

    Smita Rani Deka

    Recent articles

    Articles by this author

    ঋতুপৰ্ণ পেগুক ছাগলী, মুৰ্গী কটাদি কাটিলে বাংলাদেশী মুছলমানে; এই মানুহবোৰক বলি দিব লাগেঃ শিলাদিত্য দেৱ

    এই মানুহবোৰক বলি দিব লাগে। নহ'লে ৰাইজৰ মাজত গতাই দিব লাগে। ঋতুপৰ্ণ পেগুৰ হত্যা সন্দৰ্ভত বিস্ফোৰক মন্তব্য দেৱৰ

    ভঙাগড় থানাত গোচৰ ৰুজু ২জন যুৱকৰ বিৰুদ্ধে; মুখ্যমন্ত্ৰীৰ কনভয়ৰ সন্মুখত সুৰা পাৰ্টী কৰাৰ অভিযোগ

    আনহাতে মুখ্যমন্ত্ৰীৰ কনভয়কাণ্ডৰ পিছতে গুৱাহাটীৰ এবিচিস্থিত টাইকা বাৰৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে আবকাৰী বিভাগে। মিপুন কাংকান পেগুৰ নামত আছিল বাৰ লাইচেন্সখন

    ফল কঢ়িওৱা বাহনত ওলাল ৩০ কাৰ্টন নিষিদ্ধ কফ চিৰাপ

    এই কফ চিৰাপ খিনিৰ বজাৰ মূল্য প্ৰায় ১০ লাখ টকা

    বহিঃৰাজ্যৰ পৰা মানুহ আনিবলৈ ৩৭৫খন বাছ দিছে অসম আৰক্ষীয়েঃ হিমন্ত বিশ্ব শৰ্মা

    বুধবাৰে শ্ৰীৰামপুৰৰ পৰা সৰুসজাইলৈ আহোতে ৩খন গাড়ী পলাই গৈছিল। নিশা আমি আকৌ গাড়ী কেইখন ধৰিছো। সেয়ে আজি নতুন নিয়ম কৰিছো। ড্ৰাইভাৰৰ গাড়ীৰ নথি-পত্ৰ শ্ৰীৰামপুৰ গেটতে ৰাখি থোৱাৰ ব্যৱস্থা কৰা হ'ব

    ছেনিটাইজ কৰা হৈছে সৰুসজাই; বহিঃৰাজ্যৰ পৰা অহা লোকক কোৱাৰাইণ্টাইনত ৰখা হ’ব সৰুসজাইত

    সৰুসজাইত বিভিন্ন ৰাজ্যৰ পৰা ১৫খন গাড়ীৰে আহিছে অসমৰ লোক। সৰু সৰু গাড়ীৰে আহিছে প্ৰায় ৭৬জন যাত্ৰী। গুজৰাটৰ পৰা আহিব ৩খনকৈ বাছ। প্ৰায় ১০৪ গৰাকী শিক্ষাৰ্থী আহিব এই বাছেৰে