24 C
Guwahati
Friday, March 31, 2023
More

    Sajid Hussain

    Recent articles

    Articles by this author

    সম্প্ৰীতিৰ অনন্য নিদৰ্শন; একেখন মঞ্চতে হিন্দুৱে কৰিলে ভাওনা মুছলমানে গালে জিকিৰ

    ভাওনা প্ৰতিযোগিতা সমাৰোহত মুছলমান সমাজে দিলে আদৰণি তোৰণ

    তিতাবৰত আতংক;ঠেঙাল ভৱনত এনিশা কটাই যোৱা আমেৰিকাৰ মহিলাৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছ

    তিতাবৰৰ ঠেঙাল ভৱনৰ ১ নম্বৰ কোঠাত আছিল আমেৰিকাৰ এক দম্পতী। বৰ্তমান তেওঁলোক থকা কোঠাটো বন্ধ কৰি থোৱা হৈছে

    তিতাবৰত চিকিৎসকৰ মহানুভৱতা; কান্ধত তুলি আনিলে ৰোগীক

    চিকিৎসক দুলেন বৰাই ২০০ মিটাৰ পথ ৰোগীগৰাকীক কান্ধত তুলি আনে

    ৰক্ষকেই ভক্ষক! ঘোচ লোৱাৰ কথা নিজ মুখে স্বীকাৰ এজন ASIৰ

    বৰহোলা বোকাজানৰ এজন লোকৰ পৰা নগদ ধন লৈছিল সহকাৰী উপ-পৰিদৰ্শকগৰাকীয়ে। তাৰ পিছতে ঘোচ লোৱাৰ ভিডিঅ' ভাইৰেল হৈ পৰিছিল ছচিয়েল মিডিয়াত

    Breaking: তিতাবৰত পিঞ্জৰাবদ্ধ এটা প্ৰকাণ্ড নাহৰফুটুকী

    বন বিভগৰ বিষয়াই বাঘটোৰ বয়স আনুমানিক ৬/৭ বছৰ হ'ব বুলি জানিবলৈ দিয়ে

    Breaking: তিতাবৰত ৩খনকৈ সোণৰ বিস্কুট উদ্ধাৰ

    আৰু এই সোণৰ বিস্কুট কেইখন না না প্ৰলোভনেৰে বিক্ৰী কৰিবলৈ চেষ্টা কৰে লোকজনক