Nitopam Medhi
Recent articles
Articles by this author
এতিয়াৰে পৰা ৩ সপ্তাহৰ বাবে প্ৰতি শনি আৰু দেওবাৰে বন্ধ থাকিব দোকান-পোহাৰ!
কামৰূপ জিলাত এতিয়াৰে পৰা তিনি সপ্তাহৰ বাবে শনিবাৰ আৰু দেওবাৰে বন্ধ থাকিব বজাৰ, দোকান-পোহাৰ তথা ব্যৱসায়িক প্ৰতিষ্ঠান। কামৰূপ জিলাত ক্ৰমাৎ বৃদ্ধি হৈছে কৰ'ণাৰ ভয়ৱহতা। প্ৰতিদিনে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। কৰ'ণাৰ সংক্ৰমণ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে কামৰূপ জিলা প্ৰশাসনে।
কৰ’ণাত আক্ৰান্ত হৈ অসমত প্ৰথমগৰাকী আৰক্ষী জোৱানৰ মত্যু
কৰ'ণাত আক্ৰান্ত হৈ অসমত মৃত্যু হ'ল প্ৰথমগৰাকী আৰক্ষী জোৱানৰ। কৰ'ণাৰে যুঁজি প্ৰাণ হেৰুওৱা জোৱানগৰাকীৰ নাম হৰেশ্বৰ নাথ। জানিব পৰা অনুসৰি হৰেশ্বৰ নাথ ষষ্ঠ এপিবিএনৰ জোৱান।
৬দিন ধৰি যাতায়ত ব্যাহত আমিনগাঁৱৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত
৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰকাণ্ড প্ৰকাণ্ড শিল মুকলিৰ বাবে কামৰূপ জিলা প্ৰশাসনে বৰ্তমানলৈকে ব্যৱহাৰ কৰিছে ৬৩ টাকৈ বিস্ফোৰক
কমেও ২দিন ধৰি বন্ধ হৈ থাকিব ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ, পথ মুকলোৱাৰ বাবে চেষ্টা প্ৰশাসনৰ
শিল ব্লাষ্টিঙৰ সহায়েৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা মুকলিৰ অপ্ৰান চেষ্টা চলাইছে GREF (GRIP) বাহিনীয়ে
BREAKING নাৰায়না চুপাৰ স্পেচিয়েলিটি হাস্পতালত প্ৰথমজন কভিড ৰোগী
কণ্টেইনমেণ্ট জ'ন ঘোষণা হ'ব পাৰে সমগ্ৰ নাৰায়না চুপাৰ স্পেচিয়েলিটি হাস্পতাল
আমিনগাঁৱত পঞ্চায়তৰ প্ৰাক্তন সভাপতিৰ নেতৃত্বত সূলভ মূল্যৰ সামগ্ৰী আত্মসাৎ কৰাৰ অভিযোগ
সৰ্বমুঠ ৪২৩খন সূলভ মূল্যৰ কাৰ্ডৰ ৬০% শতাংশ কাৰ্ডেই ভূৱা নাইবা মৃত ব্যক্তিৰ নামত থকা আৰু এজন ব্যক্তিৰ নামতেই দুই তিনিখন কাৰ্ড থকাৰ অভিযোগ