25.5 C
Guwahati
Friday, October 15, 2021
More

    Muksidul Hoque

    Recent articles

    Articles by this author

    চৰি ফুৰা গৰু চুৰ কৰিব ধৰোতেই হাতে লোটে ধৰা পৰিল চোৰ

    এইবাৰ নিশা ঘৰৰ পৰা নহয় দিনৰ পোহৰতে পথাৰৰ পৰাই গৰু চুৰ কৰি নিয়াৰ চেষ্টা গৰু চোৰৰ পিছে কাৰ্যসিদ্ধি ন'হল চোৰৰ

    পথ নিৰ্মাণৰ বাবে পেলাই যোৱা সামগ্ৰী চুৰ কৰাৰ সময়তে হাতে লোতে ধৰা পৰিল সংখ্যা লঘূ মৰ্চাৰ এজন নেতা

    ৰাইজ উপস্থিত হোৱাত ভাতৃ জুৱেল আৰু আব্দুল হাই পলায়ন কৰে যদিও ক্ষমতাই মূৰত ধৰা বিজেপি নেতা ছাইফুদ্দিনে ৰাইজৰ লগত তৰ্কত হে লিপ্ত হয়

    Pregnant Woman Allegedly Stabbed To Death In Nagaon

    A pregnant woman in Nagaon’s Rupahihat was allegedly stabbed to death by unidentified person(s) in the wee hours of Wednesday. As per information available, the woman has been identified as Ramisha Khatoon of the Juria area. She was allegedly...

    লোমহৰ্ষক! ৰূপহীহাটৰ জুৰীয়াত ডিঙি কাটি হত্যা গৰ্ভৱতী মহিলাক

    ঘটনাস্থলীত জুৰীয়া আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে

    শহুৰেকৰ ঘৰলৈ বুলি ওলাই যোৱা যুৱকৰ পিছদিনা মৃতদেহ উদ্ধাৰ

    মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ

    লকডাউনৰ বাবে হাজাৰ হাজাৰ বিঘা তৰমুজ খেতি ধ্বংস,লক্ষাধিক টকাৰ লোকচান

    তৰমুজ খেতিয়কসকলে ক্ষতিপূৰণ হিচাপে চৰকাৰৰ পৰা আৰ্থিক সাহায্যৰ অনুৰোধ জনাইছে