27 C
Guwahati
Friday, December 3, 2021
More

    Mriganka Mohan Dutta

    Recent articles

    Articles by this author

    Breaking: মহানগৰীৰ নুনমাটিত ৩০ ফুট দ’ কুঁৱাত পৰি কৰুণ মৃত্যুক সাৱটিলে ২জন শ্ৰমিকে

    আৰক্ষীৰ লোক SDRF বাহিনীৰ এটা দল লগত লৈ ঘাটনাস্থলীত উপস্থিত হৈ কুঁৱাৰ ভিতৰৰ পৰা দুয়োটা মৃতদেহ উদ্ধাৰ কৰে

    ছচিয়েল মিডিয়াত আপত্তিজনক মন্তব্য কৰি পুনৰ বিতৰ্কৰ মাজত লেখক সত্যৰঞ্জন বৰা

    মাজুলীৰ এটা পৰিয়ালক লৈ ছচিয়েল মিডিয়াত আপত্তিজনক মন্তব্য কৰি এতিয়া বিপদত পৰিছে বিতৰ্কিত লেখকগৰাকী

    মহানগৰীৰ হাতীগাঁৱত লৰ্ড এপাৰ্টমেণ্টত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য

    জব্দ কৰা সামগ্ৰীখিনিৰ মূল্য ১ লাখ টকা। পশ্চিম বংগৰ পৰা অনা হৈছিল সামগ্ৰীখিনি

    কৰ’ণা যুঁজ; ৫০লাখ মাস্ক প্ৰস্তুত কৰিব অসম খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডে

    ছিংগল লেয়াৰ মাস্কৰ মূল্য ২৫ টকা আৰু ডাব'ল লেয়াৰ মাস্কৰ মূল্য ৩৫ টকা

    কেন্দ্ৰৰ নিৰ্দেশতে বন্ধ ৰখা হৈছে সুৰাৰ বিপনী; কেন্দ্ৰৰ নিৰ্দেশ পালেই খুলিব সুৰাৰ বিপনীঃ মন্ত্ৰী পৰিমল শুক্লবৈদ্য

    মাছ বিক্ৰীৰে মৎস বিভাগৰ অভিলেখ। প্ৰায় ৪৫০০ ভেন্দৰে মাছ বিক্ৰীৰ দায়িত্ব লাভ কৰিছে। লক ডাউনৰ মাজতে প্ৰায় ২১ কোটি টকাৰ মাছ বিক্ৰী। অহা ৪ মাহলৈ বাহিৰৰ মাছ নাহিলেও এতিয়াৰ দৰতে মাছ উপলব্ধ হ'ব

    Breaking: গুৱাহাটীৰ নুনমাটিত ভয়ংকৰ পথ দুৰ্ঘটনা, ক্ৰেইনৰ তলত সোমাই নিহত এজন

    মৃত লোকজনক বৰ্তমানেও চিনাক্ত কৰিব পৰা হোৱা নাই