27 C
Guwahati
Monday, November 29, 2021
More

    Moon Gogoi

    Recent articles

    Articles by this author

    গহপুৰ পুৰুপবাৰী চাহ-বাগিচাত ফেক্টৰীত দুৰ্ঘটনা; শ্ৰমিকৰ মৃত্যু

    উল্লেখ্য যে বাগিচাখনৰ চাহ ফেক্টৰীটোৰ এটা চিমনী বিগত কিছুদিন ধৰি বিকল হৈ আছিল। এই চিমনীটোৰ মেৰামতিৰ বাবে তিনিজনকৈ শ্ৰমিক ১০০-১৫০ ফুট উচ্চতাৰ চিমনীৰ ওপৰলৈ উঠিছিল

    এগৰাকী মহিলাক লৈ কৰ’ণাৰ আশংকা; গহপুৰত চিকিৎসালয় ছীল কৰি দিলে কৰ্তৃপক্ষই

    গহপুৰত এগৰাকী মহিলাক লৈ চাঞ্চল্য। কভিড-১৯ৰ সন্দেহত মহিলাগৰাকীক ভৰ্তী কৰোৱা হৈছিল গহপুৰ অসামৰিক চিকিৎসালয়ত। ভৰ্তি হোৱাৰ পিছতে অন্য লোকৰ সুৰক্ষাৰ বাবেই লগে লগে হাস্পতালখন ছীল কৰি দিলে কৰ্তৃপক্ষই। এই ঘটনা সংঘটিত হৈছে গহপুৰৰ পশ্চিম মিছামাৰীত। এগৰাকী মহিলা গহপুৰ...

    কৰ’ণাৰ বাবে নহয়, খাদ্যৰ অভাৱতহে মৃত্যুৰ ক্ষণ গণিছে ছেকেন্দ্ৰাবাদত আৱদ্ধ অসমৰ ১৯ যুৱক

    কৰ'ণা ভাইৰাছৰ বাবে দেশজুৰি চলি থকা ল'কডাউনত দেখা দিছে অন্য বহু সমস্যাই। খাদ্য সংকতট পৰি তিল তিল কৈ মৃত্যু দিশে গতি কৰিছে বহু লোকে। তাৰ মাজতে পোহৰলৈ আহিলে আন এক হৃদয় বিদাৰক ঘটনা। গহপুৰ কলমৌগুৰিৰ ১৯ জন...

    অমানুষিক! মোমায়েকে ভাগিনীয়েকক হত্যা কৰি ভক্ষণ কৰিলে মাংস

    কাৰিবীল নেপালী গাঁৱৰ বিৰেন গৌড়ৰ ৮ বছৰীয়া পুত্ৰ সঞ্জীৱ গৌড়ক হত্যা কৰি মাংস ভক্ষণ কৰিলে নিজ মোমায়েকে

    পেটে ভাতে খাই থকা এজন ব্যক্তিয়ে ৫ বছৰে জমা কৰা ধনৰ টেকেলি দিলে অসম চৰকাৰক

    ৫ বছৰৰ টেকেলিত জমা ৰখা সেই ধন দিলেহি মহকুমাধিপতিৰ হাতত