27 C
Guwahati
Sunday, May 28, 2023
More

    Moon Gogoi

    Recent articles

    Articles by this author

    জঘন্য! গহপুৰত ভুৱা সাংবাদিকৰ নিকৃষ্ট কাণ্ড; কাম দিয়াৰ প্ৰলোভন দি ২ যুৱতীক যৌন নিৰ্যাতন

    শুকুৰবাৰৰ নিশা যুৱতী দুগৰাকীক পুনৰ ভিডিঅ'ৰে ভয় দেখুৱাই নতুন চাৰিজন যুৱকক পঠাইছিল যুৱতী দুগৰাকীৰ ভেলুৱাদোঙা ঘৰলৈ

    মচলা, কেঁচা পিয়াঁজ, চাহ, হালধি, গাখীৰ খালেই কৰ’ণা ভাল হয়ঃ আৰ পি শৰ্মা

    ঘৰতে আইছ'লেচনত থকি উপৰোক্ত খাদ্য খালেই কৰ'ণা ভাল হয়। সংবাদমাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিলে আৰ পি শৰ্মাই

    গহপুৰৰ ৰজাবাৰীৰ অপহৰণ, দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ ঘটনা; ৭জন কিশোৰৰ জামিন মঞ্জুৰ

    জামিন লাভ কৰা কেইজন হ'ল অজিত পেগু, মিলন জ্যোতি দলে, লোহিত দলে, ভাস্কৰ মেধি, বিকাশ পেগু, প্ৰাণজ্যোতি বৰুৱা আৰু অংশুমান পেগু

    গহপুৰত বজ্ৰ পৰি ২জন যুৱকে হেৰুৱালে প্ৰাণ

    নিহত লোক দুজনৰ নাম আগষ্টি বৰাইক আৰু অৰ্জুনন তপ্ন

    নিয়ন্ত্ৰণ হেৰুৱাই দ-খাৱৈত পৰিল টাটা টিয়াগো গাড়ী, এজন নিহত

    গুৰতৰভাৱে আহত হোৱা বাহনখনৰ চালকজনক গহপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়

    দেশ জোকাৰি যোৱা গহপুৰৰ ১২ বছৰীয়া কিশোৰী দলৱদ্ধ ধৰ্ষণৰ অভিযুক্তক জামিন

    আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ মাতৃৰ, দোষীক ফাঁচীৰ দাবী