27 C
Guwahati
Monday, November 29, 2021
More

    Manimala Deka

    Recent articles

    Articles by this author

    Breaking: বকোত ধান বন্ধা মেচিনত লাগি থিতাতে মৃত্যু এজন কৰ্মচাৰীৰ

    চলি থকা মেচিনৰ ফিটা পেলাবলৈ যোৱাত পিন্ধি থকা কাপোৰ মেচিনত লাগি ধৰাৰ ফলত ঘটে এই অঘটন

    ‘কা’ বিৰোধী আন্দোলনৰ প্ৰথম শ্বহীদ দীপাঞ্জলৰ পৰিয়াললৈ ২ লাখ টকা-ই ৰিক্সা প্ৰদান ৰাহুল গান্ধীৰ

    ৰাহুল গান্ধীয়ে অন্য পাঁচগৰাকী শ্বহীদৰ পৰিয়ালকো দুই লাখ টকাকৈ প্ৰদান কৰিব বুলি ৰিপুন বৰাই জানিবলৈ দিয়ে

    বকোত পথ দুৰ্ঘটনাত অভিনেতাৰ মৃত্যু, গুৰুতৰভাৱে আহত আন এজন অভিনেতা

    'থিয়েটাৰ মঞ্চৰূপা'ৰ অভিনেতা আছিল দুয়োজন যুৱক

    ট্ৰাকৰ দৌৰাত্ম্য; থিতাতে নিহত ২ যুৱক

    জেডিবি ষ্টিল কোম্পানীত একেলগে কৰ্মৰত আছিল দুই যুৱক। এখন চাইকেলেৰে কৰ্মস্থলীৰ পৰা ঘৰলৈ আহি থকা অৱস্থাতে সংঘটিত হয় এই দুৰ্ঘটনাটি

    Four Guwahati-Bound Women Vendors Killed In Boko Road Accident, Several Injured

    Three women along with the mini truck driver are struggling for life in the Gauhati Medical College and Hospital

    বকোত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৪ গৰাকী মহিলা

    বালি আৰু শিল কঢ়িওৱা ডাম্পাৰৰআৰু মালবাহী TATA ACEৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় এই পথ দুৰ্ঘটনা