27 C
Guwahati
Monday, November 29, 2021
More

    Maidul Islam

    Recent articles

    Articles by this author

    হাই মাদ্ৰাছা পৰীক্ষাত ৰিক্সা চালকৰ পুত্ৰই লাভ কৰিলে প্ৰথম স্থান

    বৰপেটাৰ ঢকুৱা হাই মাদ্ৰাছাৰ ছাত্ৰ ইয়ামিন আলীয়ে প্ৰথম স্থান দখল কৰিলে হাই মাদ্ৰাছা পৰীক্ষাত। উল্লেখ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতেই ঘোষিত হ'ল হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফলো

    মেট্ৰিকত ষষ্ঠ স্থান লাভ কোৱাৰেণ্টাইনত থকা শিক্ষাৰ্থীৰ

    আনহাতে বৰপেটাৰে আন এগৰাকীয়ে লাভ কৰিছে প্ৰথম ১০টাৰ ভিতৰত স্থান বৰপেটাৰ বহৰিলৈ দশম স্থান লাভেৰে গৌৰৱ কঢ়িয়াই আনিছে পূজা বেনাৰ্জীয়ে

    অৱশেষত বৰপেটা আৰক্ষীৰ জালত সৰ্থেবাৰীৰ ‘সুৰা সম্ৰাট’

    বিচনাৰ বাকচত কাৰ্টনে কাৰ্টনে উদ্ধাৰ সুৰা

    বৰপেটাৰ ঐতিহ্যমণ্ডিত এম চি কলেজৰ ছাত্ৰ নামিছে ড্ৰাগছ ব্যৱসায়ত

    ছাত্ৰজনৰ পৰা উদ্ধাৰ ৯টা ব্ৰাউন চুগাৰৰ কণ্টেইনাৰ

    বৰপেটা মেডিকেল কলেজ হাস্পতালত আজিৰে পৰা আৰম্ভ হ’ব কোভিড ৰোগীৰ চিকিত্সা

    ফাঁচী বজাৰৰ আলু গুডামৰ সংক্ৰমণ শেষ পৰ্যায়ত উপস্থিত হৈছে আৰু ফাঁচী বজাৰৰ পৰা ইয়াতকৈ আৰু অধিক কোভিড ৰোগী বৃদ্ধি নহয় বুলি মন্তব্য কৰে মন্ত্ৰী শৰ্মাই