25.5 C
Guwahati
Friday, October 15, 2021
More

    Maidul Islam

    Recent articles

    Articles by this author

    বৰপেটাত জঘন্য কাণ্ড, ৫০উৰ্ধৰ লম্পটৰ কামনাৰ বলি ৮ বছৰীয়া নাবালিকা

    এক অতিকে জঘন্য কাণ্ড সংঘটিত হৈছে বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মাজদিয়াত। পঞ্চাশোৰ্ধৰ বয়সৰ এগৰাকী লম্পটৰ কামনাৰ বলি হ'ল এটি আঠ বছৰীয়া নাবালিকা। লম্পট হৰমুজ আলীৰ বিৰুদ্ধে উঠিছে নাবালিকাক বলাৎকাৰ কৰা অভিযোগ। লম্পট সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত...

    বৰপেটাত ট্ৰাক হাইজেক কাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত ৩জনক গ্ৰেপ্তাৰ

    বৰপেটা জিলাৰ উপ-আৰক্ষী অধীক্ষক (সদৰ) সমীৰণ বৈশ্যৰ তৎপৰতাত মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বীৰেন কলিতাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে তিনিওজনকে নিজ নিজ গৃহৰ পৰা দেওবাৰে গ্ৰেপ্তাৰ কৰে

    আজব কাণ্ড, জলসম্পদ বিভাগৰ অধীনস্থ নহয় টিহু আৰু বুঢ়াদিয়া নৈ!

    টিহু আৰু বুঢ়াদিয়া নৈ বাঢ়নী পানীৰ ফলত বানৰ কবলত পৰিছে বৰপেটা আৰু নলবাৰী জিলাৰ বিস্তীৰ্ণ অঞ্চল৷ ইতিমধ্যে নৈ দুখনৰ বাঢ়নি পানীত টিহু লচিমা পথ ডুব যোৱাৰ লগতে পাৰাহকুছি, বতিয়া, কেন্দুবাৰী, কালাতলি, লখোপুৰ, বৰবিলা, চাৰাবিল আদি গাঁওসমূহ বানৰ কবলত...

    সৰ্থেবাৰীৰ এটা পুখুৰীত ৩ দিনে সন্ধানহীন হৈ থকা যুৱকৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ

    মৃতদেহ উদ্ধাৰৰ পিছতে পৰিচয় চিনাক্ত হয় যুৱতজনৰ, যোৱা তিনিদিনে সন্ধানহীন হৈ আছিল সৰ্থেবাৰীৰে প্ৰয়াত শশী দাসৰ পুত্ৰ ধনজিৎ দাস

    কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলায়নৰ চেষ্টা চলোৱা এজন কৰ’ণা আক্ৰান্তৰ মৃত্যু

    বুধবাৰে নিশা বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় এজন কৰ'ণা আক্ৰান্ত ৰোগীৰ। লোকজন বঙাইগাৱঁৰ যোগীঘোপাৰ পাল্লীৰতল গাঁৱৰ বাসিন্দা

    ঋতুপৰ্ণ পেগুৰ কণমানি পুত্ৰ সন্তানৰ সম্পূৰ্ণ দায়িত্ব ল’লে নসত্ৰ কৃষ্ণগুৰু সেৱাশ্ৰমে

    কৃষ্ণগুৰু সেৱাশ্ৰমৰ কৃষ্ণগুৰু ফাউণ্ডেশ্যন ট্ৰাষ্টে ঋতুপৰ্ণ পেগুৰ কণমানি সন্তানৰ উচ্চ শিক্ষা গ্ৰহণলৈ সমস্ত দায়িত্ব বহন কৰিব