Hirak Deka
Recent articles
Articles by this author
বহিঃৰাজ্যত অসমৰ যুৱকৰ আত্মহত্যা, চীপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হয় যুৱকজনৰ
কিছুদিন পূৰ্বে বেংগালুৰুৰ পৰা ঘৰলৈ অহা অসীমে ৩০ মে'ত পুনৰ বিমানযোগে বেংগালুৰুৰ ভাড়াঘৰত উপস্থিত হৈছিল
নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল এগৰাকী মহিলাৰ
এখন অঙ্গনবাড়ী কেন্দ্ৰত সহায়িকা হিচাপে কৰ্মৰত আছিল মৃত মহিলাগৰাকী
ভয়ংকৰ পথ দূৰ্ঘটনা; পথৰ পৰা বাহন উফৰি গৈ পৰিল নৈত, থিতাতে ১জন নিহত
দুৰ্ঘটনাটোত অল্ট' বাহনখন একেবাৰে ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ পৰে
নলবাৰীত কোৱাৰাইণ্টাইনত ৰখা ২ যুৱতীৰ দেহত নাই কৰ’ণাৰ অৱস্থিতি
গুৱাহাটীৰ কৰ'ণা আক্ৰান্ত মনীষ টিব্ৰেৱালৰ সংস্পৰ্শত আহিছিল যুৱতীদ্বয়
কৰ’ণাক্ৰান্ত ধৰা পৰা নলবাৰীৰ মোল্লাপাৰা প্ৰশাসনে নিষিদ্ধ কৰাৰ পিছতে এজনৰ আত্মহত্যা
বিগত এপষেক ধৰি ছীল হৈ আছে নলবাৰীৰ মোল্লাপাৰা