Hirak Deka
Recent articles
Articles by this author
বিধ্বস্ত পথত ভূঁই ৰুই প্ৰতিবাদ নলবাৰীৰ একাংশ ৰাইজৰ
আজি নলবাৰী জিলাৰ অন্তৰ্গত চান্দকুছিৰ জেংপাৰত স্থানীয় ৰাইজে প্ৰাক্তন বিধায়ক তথা অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা আৰু বৰ্তমানৰ বিধায়ক অশোক শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।
কেন্দ্ৰ চৰকাৰ তথা ৰাজ্য চৰকাৰে গ্ৰাম্য উন্নয়নৰ জৰিয়তে অৰ্থনীতি সবল কৰিব...
লকডাউন ৰাইজৰ ওপৰত অত্যাচাৰ: দেৱব্ৰত শইকীয়া
কৰ'ণাক লৈ আৰু লকডাউন লৈ বিজেপি চৰকাৰে ৰাজনীতি কৰা বুলি অভিযোগ লগতে চৰকাৰে পৰিকল্পনাহীন ভাৱে সকলো কৰা বুলিও মন্তব্য শইকীয়াৰ
প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা অন্ধ পুত্ৰৰ সাফল্যত গৌৰাৱাম্বিত দিন হাজিৰা কৰা পিতৃ
উচ্চতৰ মাধ্যমিক চুৰান্ত পৰীক্ষাৰ ফলাফল লাভৰ পিছতে মুকালমুৱাৰ এগৰাকী অন্ধ শিক্ষাৰ্থীৰ সফলতাই এতিয়া গৌৰাৱাম্বিত কৰিছে পৰিলায়ৰ লগতে সমগ্ৰ অঞ্চলটো তথা বিদ্যালয়ৰ সমূহ শিক্ষক বৃন্দক।
শাৰীৰিক বাধাগ্ৰস্ত অথবা আৰ্থিক দূৰাৱস্থাই যে শিক্ষাত হেঙাৰ হব নোৱাৰে তাকে প্ৰমাণ কৰি...
নলবাৰীত টিকটক বনাই পিতৃ-মাতৃক নিজৰ আত্মহত্যাৰ খবৰ দিলে যুৱতীয়ে
কৰ'ণা আতংকৰ মাজতে নলবাৰীত সংঘটিত হৈছে এক শোকাবহ ঘটনা। প্ৰেমৰ বাবেই আত্মহত্যাৰ পথ বাচি ল'লে এগৰাকী যুৱতীয়ে।
মৃত্যুৰ পূৰ্বে টিকটকত ভিডিঅ' কৰি যুৱতীৰ আত্মহত্যা। টিকটক কৰি ক'লে 'দেউতা মা তোমালোকক বহুত ভাল পাওঁ'। ভাইটিক ভালকৈ পঢ়াবা। মৰিব ভয়...
নলবাৰীৰ পৰা ৰাষ্ট্ৰসংঘলৈ ৰেপ সংগীতৰ যাত্ৰা সংগীত জগতৰ নৱতম চাঞ্চল্যকাৰী নিলোৎপলৰ
'কা' আন্দোলনৰ সময়তো 'বাংলাদেশী" শীৰ্ষক প্ৰতিবাদী এটি ৰেপ গীত গাই ভাইৰেল হৈ পৰিছিল নলবাৰীৰ নিলোৎপল
আত্মহত্যা নহয় হত্যাৰ অভিযোগ পানেৰী থানাৰ SI সুকুমাৰ তালুকদাৰৰ পৰিয়ালৰ
সুকুমাৰ তালুকদাৰৰ পত্নী আৰু স্থানীয় ৰাইজে সুকুমাৰে মানসিক নিৰ্যাতনৰ বোজা সহিব নোৱাৰি আত্মহত্যা কৰিবলৈ বাধ্য হৈছে বুলি মন্তব্য কৰে