25 C
Guwahati
Thursday, October 6, 2022
More

    Dulu Medhi

    Recent articles

    Articles by this author

    শ্বুটিঙৰ ফটো লীক হোৱাত ছলমান খানৰ খং, টীমক ছেটটোৰ দেৱাল ওখ কৰাৰ নিৰ্দেশ প্ৰদান কৰিলে

    https://soundcloud.com/time8news/yl1ltsm03xlm বুধবাৰে ছলমান খানে 'দবং ৩'ৰ মুক্তিৰ দিন ছচিয়েল মিডিয়াত ঘোষণা কৰিলে। তেওঁ ক'লে যে এই ছবিখন ২০ ডিচেম্বৰত মুক্তি পাব। ইয়াৰোপৰি চলমানে এই কথাটো জনালে যে ছবিখন হিন্দীৰ লগতে কন্নৰ, তামিল আৰু তেলেগুত মুক্তি দিয়া হ'ব। বৰ্তমান...

    BREAKING: গোৱালপাৰাত মাতৃ-পুত্ৰৰ মুণ্ডহীন মৃতদেহ উদ্ধাৰ

    গোৱালপাৰাৰ মাটিয়াৰ সিধাবাৰীত লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত। পথৰ এটা কালভাৰ্টৰ তলত উদ্ধাৰ মৃতদেহ দুটা। মাতৃ আৰু পুত্ৰৰ মুণ্ডহীন মৃতদেহ উদ্ধাৰৰ পিছতে অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। উদ্ধাৰ হোৱা মৃত মহিলাগৰাকীৰ নাম জায়েদা ভানু আৰু ৩ বছৰীয়া সন্তানৰ...

    নিজে উদ্ৱোধন কৰা CBIৰ কাৰ্যালয়তে জেৰাৰ বাবে লৈ যোৱা হ’ল প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমক

    https://soundcloud.com/time8news/cbi বুধবাৰে নিশা গ্ৰেপ্তাৰ কৰে INX মিডিয়া কেলেংকাৰীত অভিযুক্ত প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমক। নিশা গ্ৰেপ্তাৰৰ পিছতে নিজ বাসগৃহৰ পৰা CBIৰ মুখ্য কাৰ্যালয়লৈ লৈ যোৱা হয় চিদাম্বৰমক। আজি প্ৰাক্তন বিত্ত মন্ত্ৰীগৰাকীক ৰাউজ এভিনিউৰ CBIৰ বিশেষ আদালতত হাজিৰ...

    গ্ৰেপ্তাৰ হ’ল পি চিদাম্বৰম, নিজ বাসগৃহৰ পৰা CBIৰ দলে গ্ৰেপ্তাৰ কৰে

    https://soundcloud.com/time8news/rsnf53uvde7o ২৭ ঘণ্টা ধৰি অন্তৰ্ধান হৈ থকাৰ হঠাৎ আত্মপ্ৰকাশ ঘটিছিল পি চিদাম্বৰমৰ। বুধবাৰে সংবাদমেলত অংশগ্ৰহণ কৰি তীব্ৰগতিৰে সংবাদমেলৰ পৰা পলায়ন কৰিছিল। সেই স্থানত CBৰ দল উপস্থিত হোৱাৰ পূৰ্বে সেই স্থানৰ পৰা গুচি গৈছিল চিদাম্বৰম। দেৱাল পাৰ হৈ CBIৰ...

    প্লাষ্টিকমুক্ত হ’ব ৰে’ল বিভাগ, ২ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব এক নতুন নিয়ম

    https://soundcloud.com/time8news/yrhu3ocybwhx ২ অক্টোবৰৰ পৰা ৰে'লত নিষিদ্ধ হ'ব একক ব্যৱহাৰ্য প্লাষ্টিক। ৰে'লৱে বিষয়া আৰু কৰ্মচাৰীয়েও ব্যৱহাৰ কৰিব নোৱাৰিব প্লাষ্টিক। প্ৰদূষণ ৰোধৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰে'ল বিভাগে। ব্যৱস্থা কৰা হ'ব প্লাষ্টিক বটল নষ্ট মেচিন। নষ্ট কৰা মেচিনত পেলাব লাগিব...

    BREAKING: কেৰালা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত, চৰকাৰী সেৱা আৰু PSUত মহিলা চালকৰ হ’ব নিযুক্তি

    https://soundcloud.com/time8news/psu কেৰালাত চৰকাৰী সেৱা আৰু PSUত মহিলা চালকৰ হ'ব নিযুক্তি। ৰাজ্য চৰকাৰে বুধবাৰে কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ। এই সন্দৰ্ভত সেৱা নিয়মত আৱশ্যক সংশোধন কৰা হ'ব। বৰ্তমান কেৱল পুৰুষসকলে চৰকাৰী সেৱা আৰু PSUত চালকৰ পোষ্টৰ বাবে আৱেদন কৰিব...