25 C
Guwahati
Thursday, October 6, 2022
More

    Dulu Medhi

    Recent articles

    Articles by this author

    এখন কিতাপ পঢ়াক লৈ ছচিয়েল মিডিয়াত বিৰাট কোহলীক সমালোচনা

    https://soundcloud.com/time8news/thq0xlwxpp99 খেলক লৈ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী প্ৰায়ে বিতৰ্কৰ মাজত সাঙোৰ খাই থাকে, কিন্তু প্ৰথমবাৰলৈ কোহলীয়ে এখন কিতাপ পঢ়াৰ বাবে আলোচনাৰ মাজত সোমাই পৰিছে। এণ্টিগুৱাত ৱেষ্ট ইণ্ডিজ আৰু ভাৰতৰ মাজত অনুষ্ঠিত হোৱা প্ৰথম টেষ্ট মেচৰ দ্ৱিতীয়...

    দুখবৰ! বাঢ়িয়েই আছে সোণৰ মূল্য, প্ৰায় ৩৯ হাজাৰ স্পৰ্শ কৰিলে সোণৰ মূল্যই

    ধাৰাবাহিকভাবে বৃদ্ধি হৈ আছে সোণৰ মূল্য। বৃহস্পতিবাৰে দিল্লীৰ ছৰ্ৰাফা বজাৰত সোণৰ মূল্য ১৫০ টকাকৈ বৃদ্ধি হোৱাৰ লগে লগে ৩৮,৯৭০ টকা হ'ল নতুন মূল্য। এই মূল্য বৃদ্ধি হোৱাৰ মুখ্য কাৰণ হ'ল টকাৰ মূল্য হ্ৰাস হোৱা। মঙলবাৰৰ পৰা প্ৰতিদিনে...

    পি চিদাম্বৰমক ৫ দিনৰ CBIৰ জিম্মাত, ২৬ আগষ্ট পৰ্যন্ত CBIৰ জিম্মালৈ

    https://soundcloud.com/time8news/cbi-cbi INX মিডিয়া কেলেংকাৰীত অভিযুক্ত প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমক আজি সন্ধিয়া CBIৰ বিশেষ আদালতত হাজিৰ কৰোৱা হ'ল। CBI আদালতৰ পৰা ৫ দিনৰ জিম্মাত বিচাৰিছিল আৰু ৫ দিনৰ জিম্মালৈ প্ৰেৰণ কৰা হয়। আদালতৰ নিৰ্দেশ অনুসৰি ২৬ আগষ্টলৈ CBIৰ...

    নতুন বন্ধৰ দিন ঘোষণা জন্মাষ্টমীৰ, পূৰ্বে আছিল ২৪ আগষ্ট

    https://soundcloud.com/time8news/2fkw6fxevlx6 জন্মাষ্টমীৰ চৰকাৰী বন্ধৰ নতুন দিন ঘোষণা কৰিলে। ২৪ আগষ্টৰ পৰিৱৰ্তে ২৩ আগষ্টতে অৰ্থাৎ কাইলৈ পাব বন্ধ। জন্মাষ্টমীৰ বন্ধক লৈ চৰকাৰী কৰ্মচাৰীসকল বিগত কেইবাদিনো ধৰি দোধোৰ-মোধোৰ অৱস্থাত আছিল। কিন্তু ৰাজ্য চৰকাৰৰ এই ঘোষণাৰ পিছতে সেই স্থিতিৰ অৱসান ঘটে।...

    ইমৰান খানে ভাৰতক মুকলিকৈ দিলে পাৰমানৱিক যুদ্ধৰ ভাবুকি, ক’লে ভাৰতৰ সৈতে আলোচনা কৰাৰ কোনো অৰ্থই নাই

    https://soundcloud.com/time8news/4m7rtaowacbo জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ পিছতে স্তৱ্ধ হৈ পৰিছেইমৰানে ক'লে- এতিয়া ভাৰতৰ সৈতে আলোচনাৰ কোনো অৰ্থ নাইইমৰানে পুনৰ দিলে যুদ্ধৰ ভাবুকি পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে বুধবাৰে ক'লে যে এতিয়া ভাৰতৰ সৈতে আলোচনা কৰিবলৈ আৱেদন নজনাও। ইয়াৰ লগতে ইমৰান...

    BREAKING: ঢাকাত গ্ৰেপ্তাৰ অসমৰ নাগৰিক, নিচাযুক্ত টেবলেট সৰবৰাহৰ অভিযোগ

    https://soundcloud.com/time8news/asvdd6hhbz50 বহুকেইগৰাকী ভাৰতীয় এই ছিণ্ডিকেটৰ লগত জড়িত হৈ আছে। ম্যানমাৰৰ পৰা এই নিচাযুক্ত টেবলেট সৰবৰাহ কৰি বাংলাদেশলৈ পঠিয়াই। DMPৰ চোৰাংচোৱা বিভাগে বাংলাদেশত নিচাযুক্ত টেবলেট জব্দ কৰাৰ লগতে প্ৰথমগৰাকী ভাৰতীয় নাগৰিকক গ্ৰেপ্তাৰ কৰাৰ কথা প্ৰকাশ কৰিছে। DBৰ বিষয়াসকলে ক'লে...