19 C
Guwahati
Sunday, November 27, 2022
More

    Dulu Medhi

    Recent articles

    Articles by this author

    মহানগৰীত চলিব ১০০ খন নতুন ইলেকট্ৰিক বাছ

    ৰাজ্যৰ পৰিবহণ ব্যৱস্থাত শীঘ্ৰে সংযোজন ঘটাৰ সম্ভাৱনা আছে এশখন ইলেকট্ৰিক বাছ। অসম ৰাজ্যিক পৰিবহণ নিগমে হাঙ্গেৰীৰ চিছেপেল হল্ডিঙৰ ভাৰতীয় বিতৰণকাৰীৰ সৈতে ৰাজ্যত ইলেকট্ৰিক বাছ চলোৱাৰ আৰ্হিৰ বাবে আলোচনা চলাইছে।

    ছত্তীশগড়ৰ বিভিন্ন অঞ্চলত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা, ৰেড এলাৰ্ট জাৰি

    আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত ৰাজ্যখনত ২৫ৰ পৰা ৭৫ শতাংশ অংশত প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আৰু আন দুখনমান স্থানতো অতিমাত্ৰা বৰষুণৰ সম্ভাৱনাই অধিক। বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে ৰেড এলাৰ্ট। ১৪ আগষ্টতো কেইবাটাও স্থানত প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা।...

    প্ৰচণ্ড বৰষুণৰ ফলত পাকিস্তানত ধ্বংসলীলা, ১৬০তকৈও অধিক লোকৰ মৃত্যু

    ভাৰতৰ লগতে চুবুৰীয়া দেশ পাকিস্তানটো বানপানীৰ যথেষ্ট প্ৰভাৱ পৰিছে। জুলাইৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈ পাকিস্তানত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত মুঠ ১৬১ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ১৩৭ গৰাকী লোক আহত হয়। দেওবাৰে পাকিস্তানৰ দক্ষিণ সিন্ধ প্ৰান্তৰ কৰাচীত...

    অসম NRC সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে নাকচ কৰিলে কেন্দ্ৰ চৰকাৰৰ দাবী

    উচ্চতম ন্যায়ালয়ে NRC সন্দৰ্ভত কেন্দ্ৰ চৰকাৰৰ দাবী নাকচ কৰিলে। উচ্চতম ন্যায়ালয়ে ক’লে যে NRCৰ তথ্যত আধাৰৰ দৰে গোপনীয়তা বজাই ৰখা হ’ব আৰু ৩১ আগষ্টত প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী। NRC সন্দৰ্ভত কেন্দ্ৰৰ আবেদন উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলেকেন্দ্ৰই পুনৰ...

    অসমৰ চাহে পুনৰ গঢ়িলে অভিলেখ, ৭৫ হাজাৰ টকাত বিক্ৰী এক কেজি চাহ

    বিশ্ৱজুৰি অসমৰ চাহৰ অভিলেখ। এটাৰ পিছত এটাকৈ অভিলেখ ভংগ কৰিছে অসমৰ চাহে। মনোহৰী আৰু মাইজানৰ পিছত এইবাৰ ডিকম চাহ বাগিচা। এক কিলোগ্ৰাম ডিকম গ’ল্ডেন বাটাৰফ্লাই চাহ বিক্ৰী হ’ল ৭৫ হাজাৰ টকাত। এই চাহ বিশ্ৱৰ ভিতৰত আটাইতকৈ দামী...