Dulu Medhi
Recent articles
Articles by this author
প্রাক্তন মুখ্যমন্ত্রী গগৈকে শ্রদ্ধাঞ্জলি-র কিছু EXCLUSIVE ছবি
ICUর মধ্যে প্রাক্তন মুখ্যমন্ত্রী গগৈকে শ্রদ্ধাঞ্জলি-র কিছু EXCLUSIVE ছবি
‘শ্বলে’ ছবিৰ ‘চুৰমা ভোপালী’ চৰিত্ৰৰে সফলতা অৰ্জন কৰা অভিনেতা জগদীপৰ দেহাৱসান
মুম্বাইস্থিত নিজৰ ঘৰতে নিশা ৮.৪০ বজাত সকলোকে এৰি থৈ গুচি যায় 'চুৰমা ভোপালী' চৰিত্ৰৰে জনপ্ৰিয় হোৱা অভিনেতা জগদীপ
বান বিভীষিকা! কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৭০ শতাংশ এলেকা জলমগ্ন; মুঠ ২৯টা খটীয়া পহুৰ মৃত্যু
ইফালে কাজিৰঙাতো অপৰিৱৰ্তিত বান পৰিস্থিতি। বানত বিপদাপন্ন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকূল। ৩৭ নং ৰাষ্ট্ৰীয় পথত বৰ্তমানলৈকে মৃত্যু হৈছে ৩৩টা বন্যজন্তুৰ
ইতিহাস ৰচিলে ভাৰতীয় বেডমিণ্টন ষ্টাৰ পি ভি সিন্ধুৱে
https://soundcloud.com/time8news/kcd2yfduntst
ভাৰতীয় বেডমিণ্টন ষ্টাৰ পি ভি সিন্ধুৱে BWF World Championshipত স্বৰ্ণ পদক জয়েৰে ৰচিলে ইতিহাস। এই প্ৰতিযোগিতাত একেৰাহে ৩টা মেডেলেৰে মুঠ ৫টা মেডেল দখল কৰিবলৈ সক্ষম হয় ভাৰতীয় শ্বাটলাৰগৰাকী।
প্ৰথমবাৰৰ বাবে সিন্ধুৱে ডাঙৰ টুৰ্ণামেণ্টত স্বৰ্ণ জয় কৰিছে। জাপানৰ...
পঞ্চভূতত বিলীন হ’ল অৰুণ জেটলীৰ নশ্বৰদেহ, বৰষুণৰ মাজতে ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন
https://soundcloud.com/time8news/a3yxss2kself
দিল্লীৰ নিগমবোধ ঘাটত কৰা হয় প্ৰাক্তন বিত্ত মন্ত্ৰীগৰাকীৰ অন্তিম সংস্কাৰ। অৰুণ জেটলীৰ পুত্ৰ ৰোহনে কৰিলে পিতৃৰ মুখাগ্নি। অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত উপস্থিত থাকে অমিত শ্বাহ, এল কে আদবানী, নিতিন গাডকাৰীৰ লগতে বিজেপিৰ প্ৰায়সংখ্যক নেতা।
অন্তিম সংস্কাৰৰ পূৰ্বে জেটলীৰ পাৰ্থিৱ...
‘মন কী বাত’ অনুষ্ঠানত নৰেন্দ্ৰ মোদীৰ প্লাষ্টিকৰ বিৰুদ্ধে জন-আন্দোলনৰ আহ্বান
https://soundcloud.com/time8news/mwt26fhoqvgp
২ অক্টোবৰৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ প্লাষ্টিকৰ বিৰুদ্ধে এটা 'নতুন জন আন্দোলন' আৰম্ভ কৰাৰ আহ্বান জনালে। দেওবাৰে মন কী বাত’ত দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্ম জয়ন্তীত আমি...