18.2 C
Guwahati
Wednesday, March 22, 2023
More

    Dipu Bora

    Recent articles

    Articles by this author

    কৰ’ণাত আক্ৰান্ত হৈ দিল্লীত মৃত্যু অসমৰ CRPF জোৱানৰ

    উল্লেখ্য যে, জানুৱাৰী মাহত ঘৰলৈ আহি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে দিল্লীলৈ উভতি গৈছিল আনন্দ বসুমতাৰী

    কলিয়াবৰত পিতৃক লাঠিৰে মৰিয়াই মৰিয়াই হত্যা পাষাণ পুত্ৰৰ

    পুৱা ঘটনাস্থলীত মিছা আৰক্ষীৰ এটা দল উপস্থিত হৈ ঘটনা বুজ লোৱাৰ লগতে হত্যাকাৰী আকালিউছ তপ্পক আটক কৰে। পুত্ৰৰ হাতত প্ৰাণ হেৰুওৱা পিতৃগৰাকীৰ নাম অমৃত লাল টপ্প

    কলিয়াবৰত ভয়ংকৰ দুৰ্ঘটনা; নিয়ন্ত্ৰণ হেৰুৱাই দোকানৰ ভিতৰত সোমাল ট্ৰেভেলাৰ

    পিছে এই দুৰ্ঘটনাটোত হেণ্ডিমেন গৰাকী অতি গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হৈ নগাঁও অসামৰিক হাস্পতালত চিকিৎসাধিন হ'ব লগা হৈছে

    কলিয়াবৰত আৰক্ষীৰ জালত পৰিল দুই ড্ৰাগছ সৰবৰাহকাৰী

    লকডাউন আৰু কাৰ্ফিউৰ সুযোগ লৈ ৰাজ্যত সৰবৰাহ হৈ আছে ড্ৰাগছ। বহু ঠাইত আৰক্ষীয়ে কেইবাজনকো আটক কৰিলেও বৰ্তমানেও অব্যহাতত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। গোপন সূত্ৰে খবৰ লাভ কৰি জখলাবন্ধা আৰু বাগৰি আৰক্ষীয়ে নিশা অভিযান চলাই ড্ৰাগছসহ আটক কৰে...

    কলিয়াবৰত ভয়ংকৰ দুৰ্ঘটনা, পথৰ ওপৰতে কেইবাপাক খালে বাহনে

    গুৱাহাটীৰ পৰা গোলাঘাট অভিমুখে আহি আছিল বাহনখন

    লকডাউনৰ মাজতে ৰেড জ’নৰ পৰা হুৰাহুৰে মানুহ সোমাইছে গ্ৰীণ জ’নত

    প্ৰশাসনৰ হাতত নাই এই প্ৰৱেশকাৰী সকলৰ ওপৰত কোনো সঠিক তথ্য