Biswajit Chakraborty
Recent articles
Articles by this author
লংকাত ৪৫ বছৰীয়া শিক্ষকৰ কামনাৰ বলি এগৰাকী ৯ বছৰীয়া কিশোৰী
ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ পৰিয়ালে কাকী থানাত গোচৰ ৰুজু কৰিছে৷ ৰুজু হোৱা গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লম্পট শিক্ষকজনক
সমনীয়াৰ লগত ৰছিৰে খেলি থাকোতেই ডিঙিত ফাঁচ লাগি মৃত্যু ১০ বছৰীয়া কিশোৰৰ
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত আৰক্ষীৰ অনুসন্ধান অব্যাহত। আৰক্ষীৰ তদন্তৰ পিছতহে সমগ্ৰ তথ্য পোহৰলৈ আহিব
কৰ’ণা সংক্ৰমণৰ ভয়াৱহ ছবি; ষ্টপেজ নথকাত হোজাইত ৰে’লৰ চেইন টানি নামিল ৫৬ যাত্ৰী
মহাৰাষ্ট্ৰৰ পৰা আহিছিল লোকসকলে
পহু হত্যা কৰি ওলাই আহোতেই বন বিভাগৰ তালাচী, ৫টা হস্তনিৰ্মিত বন্দুক এৰি পলায়ন দুৰ্বৃত্তৰ
বিট অফিচাৰ অজিত সিংৰ নেতৃত্বত চলিছিল এই অভিযান
লকডাউনে কোলাৰ কেচুৱা বিক্ৰী কৰাবলৈ বাধ্য কৰালে বুলি অভিযোগ লংকাত
গাঁওবাসীৰ ভাষ্য অভাৱৰ বাবেই নিঃসহায় হৈ পৰিছে পিতৃ মাতৃ