Bhaskor Jyoti Borah
Recent articles
Articles by this author
এফালে অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ, আনফালে অখিল গগৈৰ সু-স্বাস্থ্যৰ বাবে নাৱেৰে আহি নামঘৰত শৰাই বানাক্ৰান্তৰ
অখিল গগৈৰ লগতে ধৈৰ্য্য কোঁৱৰ, বিতু সোণোৱাল, কৰ’ণাত আক্ৰান্ত হোৱাৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ
আশা কৰ্মীক ভাবুকি প্ৰদান কৰা যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ; অশ্লীল শব্দৰে গালি-গালাজ কৰিছিল যুৱকজনে
ঘটনা সন্দৰ্ভত আশা কর্মী নিকু হাজৰিকাই লাহদৈগড় আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল। আৰক্ষীয়ে ইতিমধ্যে 333/2020 IPC 294/506 ধাৰাত গোচৰ ৰুজু কৰিছিল ৷
টীয়কত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে ভস্মীভূত হয় এটা বাসগৃহ
নন্দেশ্বৰ শইকীয়া নামৰ এজন বৃদ্ধৰ বাসগৃহ জাহ যায় এই অগ্নিকাণ্ডত
২৫০০ পৰিয়ালৰ মাজত অসমীয়া জলপান বিতৰণ যুৱ ব্যৱসায়ী বিক্ৰমজিৎ ভূঞাৰ
বিহুৰ পৰম্পৰা ৰক্ষাত যাতে আৰ্থিকভাৱে দূৰ্বল পৰিয়ালসমূহ সমস্যাৰ সন্মুখীন নহয়, তাৰবাবেই এই পদক্ষেপ
১০০-২০০ টকাত মেনেজ আৰক্ষী,টীয়কত এটা পথ দুৰ্ঘটনাই উদঙাইছে প্ৰশাসনৰ ফোঁপোলা স্বৰূপ
লকডাউনৰ সময়চোৱাতো একাংশ আৰক্ষীয়ে যদি দায়িত্বত গাফিলতি কৰে তেন্তে সফল হ'ব নে ৰাইজৰ সহযোগত অসম চৰকাৰে কৰি যোৱা এই কৰ'ণা বিৰোধী যুঁজখন ?
ঢেকীয়াখোৱা বৰনামঘৰৰ অক্ষয় বন্তি নুমুৱা বুলি উৰাবাতৰি উলিওৱা যুৱকক গ্ৰেপ্তাৰ
শুকুৰবাৰে সন্ধিয়া নামঘৰৰ বন্তিগছি নুমাই যোৱাৰ বাবে সকলোকে বন্তি জ্বলাবলৈ আহ্বান জনাই ফেচবুক পোষ্ট দিছিল যুৱকজনে