Batssam Haque
Recent articles
Articles by this author
সুৰাৰ ভয়ংকৰ পৰিণতি, অত্যাচাৰ সহিব নোৱাৰি পিতৃয়ে হত্যা কৰিলে পুত্ৰক
সুৰাৰ বাবেই নগাঁৱৰ বঢ়মপুৰত সংঘটিত হয় এক জঘন্য কাণ্ড। নিজ পিতৃয়েই ঘপিয়াই হত্যা কৰিলে পুত্ৰক। পিতৃৰ প্ৰহাৰত মৃত্যু হয় একমাত্ৰ পুত্ৰৰ। এই লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা বঢ়মপুৰৰ নাহৰবাৰীত।
সুৰাপায়ী পুত্ৰৰ অত্যাচাৰ সহিব নোৱাৰি অৱশেষত পিতৃয়ে ল'লে এই চৰম...
Breaking: নগাঁৱৰ নৰত্তম গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা
দুৰ্ঘটনাটোত আহত এন এফ ৰে'লৱে তিনিচুকীয়াৰ এজন চালকসহ এজন বিষয়া
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা;থিতাতে নিহত এজন
আল্ট্ৰাবাছ আৰু ৱেগানাৰৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হৈছে শোকাৱহ দুৰ্ঘটনাটি
বিধ্বংসী অগ্নিকাণ্ড, লক্ষাধিক টকাৰ ক্ষতিসাধনেৰে নিমিষতে ভস্মীভূত ৬-৭ খন দোকান
লকডাউনৰ মাজতে চামগুৰিত বিধ্বংসী অগ্নিকাণ্ড। চামগুৰিৰ কাঠপাৰা বজাৰত সংগঠিত হয় ভয়ংকৰ অগ্নিকাণ্ড। নিশা প্ৰায় এক মান বজাত সংগঠিত হয় এই বিধ্বংসী অগ্নিকাণ্ডটো। বৰ্তমানলৈ জানিব পৰা হোৱা নাই এই অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ।
ৰাইজৰ অভিযোগ অনুসৰি আমবাগান অগ্নি নিৰ্ব্বাপক বাহিনী...