27 C
Guwahati
Monday, November 29, 2021
More

    Anit Pratiimn Baruah

    Recent articles

    Articles by this author

    অসমত ৰেড,অৰেঞ্জ আৰু গ্ৰীণ জন আছে; প্ৰধানমন্ত্ৰীৰ পৰামৰ্শৰ ভিত্তিত গ্ৰীণ জনত দোকান খোলা হৈছেঃ সৰ্বানন্দ সোণোৱাল

    চীনৰ পৰা আহিছে গাহৰি ৰোগৰ বীজাণু। চীন-তীব্বতত বেমাৰী গাহৰি উটুৱাই দিছিল পানীত। জোনাইত প্ৰথম সংক্ৰমিত হৈছে গাহৰি। অৰুণাচলত ধৰা পৰিছে আফ্ৰিকান ছোৱাইন ফ্লু, এই কথা প্ৰকাশ কৰিলে পশুপালন মন্ত্ৰী অতুল বৰাই

    ৰেড জনৰ ৫খন জিলাত অব্যাহত থাকিব লক ডাউনঃ চন্দ্ৰমোহন পাটোৱাৰী

    আন্তঃ জিলাৰ যোগাযোগ ২ মে'লৈ বৃদ্ধি কৰা হৈছে। ২ মে'লৈ যাত্ৰীয়ে বুকিং কৰিব পাৰিব

    Inter-District Travel Further Extended Till May 2 In Assam

    The government of Assam has extended the inter-district travel in the state till May 2nd, 2020 and people stranded in various parts of the state can still apply for permission for travel. Parliamentary Affairs Minister Chandra Mohan Patowary...

    BTADত ৰাজ্যপালৰ শাসন বিচাৰিছে বিজেপিয়েঃ ৰণজিৎ দাস

    বৰ্তমানৰ শাসনৰ কাৰ্যকাল বৃদ্ধি নকৰি নিজে শাসনভাৰ ল'ব লাগে। নিৰ্বাচন ঘোষণাৰ পিছত কাৰ্যকাল বৃদ্ধি কৰিব নোৱাৰে

    কোৱাৰাইণ্টাইন হৈ থকা লোকে ফেচবুক LIVE কৰিলে, কোৱাৰাইণ্টাইন কক্ষ জেললৈ পৰিবৰ্তিত কৰিমঃ হিমন্ত বিশ্ব শৰ্মা

    ফেচবুক লাইভ কৰিলে পুনৰ যাব লাগিব ১৪ দিনৰ কোৱাৰাইণ্টাইনলৈ। '৩ মাহৰ বাবে জামিনবিহীন গোচৰ ৰুজু কৰিবলৈ বাধ্য হৈ পৰিম বুলি কয় মন্ত্ৰীগৰাকীয়ে

    ৰমজান মাহত ঘৰতে নামাজ পঢ়ক, ৰোজা পালন কৰকঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

    চাহ উদ্যোগ আৰু খেতিপথাৰত সামাজিক দূৰত্ব বজাই ৰাখি কাম যাতে কৰিব পাৰে তাৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়া হৈছে উদ্যোগ বিভাগক- এই কথা জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে