Anit Pratiimn Baruah
Recent articles
Articles by this author
বিজেপিয়ে ছচিয়েল মিডিয়া যোগে সম্প্ৰচাৰ চলাব ২০২১ৰ নিৰ্বাচনঃ ৰণজিৎ দাস
১০০ আসন পোৱাৰ লক্ষ্যৰে নামিব অহা নিৰ্বাচনত
ৰাজ্যত গাহৰিৰ মাংস বিক্ৰীত নিষেধাজ্ঞা প্ৰত্যাহাৰ; নিৰ্দিষ্ট কণ্টেইনমেণ্ট জ’নৰ বাহিৰে আন স্থানত বিক্ৰী কৰিব পাৰিব গাহৰি
যদি আক্ৰান্ত গাহৰি মাৰি পেলাবলগীয়া হয় তেন্তে ৫০% বহন কৰিব চৰকাৰে। বাকী ৫০% কেন্দ্ৰীয় চৰকাৰে দিব পাৰে, আমি আলোচনা কৰি আছো। সংবাদমাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিলে মন্ত্ৰী বৰাই
অসমৰ বাহিৰত থকা ৩ লাখ ৬১ হাজাৰ লোকক এপ্ৰিল, মে’ আৰু জুনত ২০০০কৈ দিব চৰকাৰে
ঢুলীয়া, খুলীয়া, নাগাৰা নাম, বেণ্ডপাৰ্টিৰ লোক আৰু শিল্পীসকলক এপ্ৰিল, মে' আৰু জুন মাহত দিব ২০০০কৈ (মুঠ ৬০০০) টকা
ছাগলী মাংস, মুৰ্গীৰ মাংস আৰু কণী বিক্ৰীৰে অভিলেখ অসম পশুধন উন্নয়ন নিগমৰ, ৪৫ কোটি ৰাজহ সংগ্ৰহ
গুৱাহাটীত নিগমে ছাগলী মাংস বিক্ৰী কৰিছে ২৭ টন আৰু ২.৩০ কোটি টকা বিক্ৰী কৰিছে। ব্রয়লাৰ মাংস বিক্ৰী হৈছে ১৮ টন আৰু ৰাজ্যত প্ৰায় ৩৫ কোটি টকাৰ ব্রয়লাৰ মাংস বিক্ৰী হৈছে নিগমৰ জৰিয়তে
লকডাউনৰ মাজতে ৰাজ্যৰ নিবনুৱাসকললৈ সুখবৰ; চলিত বৰ্ষত ৫০ হাজাৰ নতুন নিযুক্তি দিব চৰকাৰে
বাহিৰত আৱদ্ধ হৈ থকা লোকসকলক কেনেদৰে ঘূৰাই আনিব পৰা যায় সেই সন্দৰ্ভতো ৩ বজাত ঘোষণা কৰা হ'ব