Amal Nath
Recent articles
Articles by this author
তেজপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত বৰচলা আৰক্ষী চকীৰ উপ–পৰিদৰ্শক
তেজপুৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। এই শোকাৱহ পথ দুৰ্ঘটনাত নিহত বৰচলা আৰক্ষী চকীৰ উপ–পৰিদৰ্শক।
ঢেকীয়াজুলি বৰচলা আৰক্ষী চকীৰ উপ-পৰিদৰ্শক পোনাৰাম শইকীয়াৰ মৃত্যু হৈছে দূৰ্ঘটনাটোত।
কৰ্মস্থলীলৈ ওভতাৰ পথতে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।
শোণিতপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এডাল গছত খুন্দা...
দ্ৰুতবেগী ডাম্পাৰে মহতিয়ালে মটৰ চাইকেলক, থিতাতে নিহত মটৰ চাইকেল আৰোহী
তেজপুৰৰ বৰঘাটত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দ্ৰুতবেগী ডাম্পাৰে মহতিয়ালে মটৰ চাইকেলক।
এই দুৰ্ঘটনা থিতাতে নিহত মটৰ চাইকেল আৰোহী চাহজাহান আলি।
বৰঘাটৰ ফকৰুদ্দিন আলি আহমেদ হাইস্কুলৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা।
তেজপুৰ পাঁচমাইলৰ পৰা বৰঘাট অভিমুখে অহা AS12...
গুৱাহাটীৰ পৰা গৈয়ে শোণিতপুৰত কভিডত আক্ৰান্ত ১জন, সংস্পৰ্শলৈ অহা জিলা উপায়ুক্তৰ ২ কৰ্মচাৰী আক্ৰান্ত
ইয়াৰ পাছতে উপায়ুক্তৰ বাসভৱনৰ লগতে কাৰ্যালয়ো চেনিটাইজ কৰা হয় আৰু জিলা উপায়ুক্ত কাৰ্যালয়ৰ ২০ জনৰ স্বাৱ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়
ঘৰৰ পৰিৱৰ্তে চাংঘৰত হোম কোৱাৰেণ্টাইন হ’ল এজন যুৱক
ঢেকিয়াজুলিৰ অসম অৰুণাচল সীমান্তৱৰ্তী ২নং অনচাইপুৰ গাঁৱত এখন চাঙত হোম কোৱাৰেণ্টাইন হৈ আছে আমুছ বসুমতাৰী(২১) নামৰ যুৱকজন। চেন্নাইৰ পৰা আহিছিল যুৱকজন
অসম আৰোগ্য নিধিলৈ ১ লাখ ১১ হাজাৰ টকাৰ চেক আগবঢ়ালে বিধায়ক অশোক সিংঘালে
ইয়াৰ লগতে শীঘ্রে পিএমকেয়াৰ ফাণ্ডটো চেকযোগে সাহায্য আগবঢ়াব ঢেকীয়াজুলিৰ বিধায়কগৰাকীয়ে
পাচলি আনিবলৈ গৈ ১৪ বছৰীয়া কিশোৰী নিৰুদ্দেশ শোণিতপুৰত
নিৰুদ্দিষ্ট কিশোৰীগৰাকীৰ কোনো সন্ধান লাভ কৰিলে 7002205406 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে