admin
Recent articles
Articles by this author
দেশৰ বিভিন্ন স্থানৰ পৰা কেইবাগৰাকীও কণ্ঠশিল্পীয়ে কণ্ঠদান কৰা এটি গীত
জাতীয় সংগীত 'জন গণ মন' গীতটো মুম্ৱাই, গুৱাহাটী, পুণে, মেঘালয় আৰু কলকাতাৰ পৰা বহুকেইজন শিল্পীয়ে কণ্ঠদান কৰিছে।
ছিকিমত অকলশৰীয়া হ’ল ২৫ বছৰৰ মুখ্যমন্ত্ৰী পৱন চামলিং
বিগত দুদিনত দল
ত্যাগ SDFৰ সকলো বিধায়কৰ। দলত এতিয়া বিধায়ক ৰলগৈ কেৱল চামলিং। আজি দুজন SDF
বিধায়কে যোগদান কৰিলে SKM দলত। যোগ দিলে জি টি
ধুংগেল আৰু ই এম প্ৰসাদ শৰ্মাই।
মঙলবাৰে বিজেপিত যোগদান কৰিছিল ১০ গৰাকী SDF বিধায়কে। বিজেপি...
LoCত পাকিস্তানী সেনাৰ কুচকাৱাজক লৈ বিপিন ৰাৱটৰ মন্তব্য- চিন্তাৰ প্ৰয়োজন নাই, ভাৰত সাজু হৈ আছে
পাকিস্তানক সকিয়নি বিপিন ৰাবটৰ। প্ৰতিটো মুহূ্ৰ্ততে সাজু হৈ আছে ভাৰতীয় সেনা। ভাৰতীয় সেনাৰ কোনোধৰণৰ চিন্তাৰ কাৰণ নাই। কাশ্মীৰ সম্পৰ্কতো বিপিন ৰাবটৰ প্ৰতিক্ৰিয়া প্ৰকাশ- ভাৰতীয় সেনাৰ সৈতে সুন্দৰ সম্পৰ্ক আছে কাশ্মীৰৰ জনতাৰ।
প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ক বিজেপি কাৰ্যালয়ত প্ৰৱেশত বাধা, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মাৰ সন্মুখতে প্ৰতিবাদ পুৰণি বিজেপিৰ
BREAKING: প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ৰ বিজেপিত যোগদানকলৈ হাইলাকান্দিত প্ৰতিবাদ। বিজেপি ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মাৰ সন্মুখতে প্ৰতিবাদ সাব্যস্ত পুৰণি বিজেপি কৰ্মীৰ।
দলীয় কৰ্মীৰ প্ৰতিবাদত উত্তাল হৈ পৰে হাইলাকান্দিৰ জিলা বিজেপি কাৰ্যালয়। প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ক বিজেপিত...
যোৰাবাটত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন লোক
যোৰাবাটত ভয়ংকৰ পথ দুৰ্ঘটনা। গুৱাহাটী অভিমুখে গৈ আছিল এখন এম্ৱুলেঞ্চ। দ্ৰুতবেগী আছিল এম্ৱুলেঞ্চখন। নিয়ন্ত্ৰণ হেৰুৱাই যোৰাবাট কেঞ্চাৰ হাস্পতালৰ সন্মুখত এডাল প্ৰকাণ্ড গছত খুন্দা মাৰে । যাৰ ফলত এম্ৱুলেঞ্চৰ চালক আবদ্ধ হৈ পৰে গাড়ীখনত। ঘটনাস্থলীত যোৰাবাট আৰক্ষী উপস্থিত...
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদকেৰে উজলিল তুনলাই নাৰ্জাৰী, চীনত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় আৰক্ষী প্ৰতিযোগিতাত স্বৰ্ণ অৰ্জন
কোকৰাঝাৰ/ ১৩ আগষ্ট :- আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ সোণৰ পদকেৰে উজলিল কোকৰাঝাৰৰ দোতমাৰ ঘিলাগুৰীৰ তথা অসম আৰক্ষীৰ দশম বেটেলিয়নত কৰ্মৰত তুনলাই নাৰ্জাৰী। ৮ আগষ্টৰ পৰা ১৮ আগষ্টলৈ চীনৰ চেনডুগুত অনুষ্ঠিত হৈ থকা আন্তঃৰাষ্ট্ৰীয় আৰক্ষী প্ৰতিযোগিতাত ভাৰতৰ নেৰ্তৃত্ব বহন...