27 C
Guwahati
Monday, November 29, 2021
More

    Abhijit Talukdar

    Recent articles

    Articles by this author

    তামুলপুৰত লোমহৰ্ষক ঘটনা! ভিনিহিয়েকক দাৰে ঘপিয়াই হত্যা খুলশালীৰ

    কুমাৰীকাটা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত মৃত প্ৰকাশ মণ্ডলৰ পত্নী আৰু খুলশালী সঞ্জয় শীলক সোধাপোছাৰ কাৰণে থানালৈ আনে

    তামুলপুৰত পথ দুৰ্ঘটনা, মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ এজন ছাত্ৰ নিহত

    দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় ছাত্ৰজন। ততালিকে স্থানীয় লোকে আহত যুৱকজনক তামুলপুৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰাই যদিও চিকিৎকে বিগেনক মৃত বুলি ঘোষণা কৰে

    এখন থানালৈ আহি মনত শান্তি জাগিব আপোনাৰ! ক’ত সেই ব্যতিক্ৰমী আৰক্ষী থানা?

    আৰক্ষী চকীখনৰ চৌহদত থকা নানাৰঙী ফুলৰ সমাহাৰে মনপ্ৰাণ হৰি এক অনাবিল আনন্দ দিয়ে চকীখনলৈ অহা প্ৰতিজন ব্যক্তিক

    BPF Condemns Attack On BTC Chief Hagrama Mohilary’s Wife

    The Central Youth Wing of the Bodoland People's Front(BPF) came down heavily against the attack on BTC Chief Hagrama Mohilary’s wife Seuli Brahma Mohilary and demanded that the security forces should necessary action against the miscreants. “We highly condemn the ruthless...

    BTC পৰিষদীয় নিৰ্বাচনৰ প্ৰথমখন তালিকা ঘোষণা হাগ্ৰামা মহিলাৰীৰ

    মুছলপুৰৰ এখন ৰাজহুৱা সভাত এই ঘোষণা কৰে BTC প্ৰধান মহিলাৰীয়ে