25.5 C
Guwahati
Friday, October 15, 2021
More

    Abhijit Talukdar

    Recent articles

    Articles by this author

    তামুলপুৰৰ পলোকাটাত পাগলাদিয়া নদীৰ ভয়ংকৰ গৰাখহনীয়া, চাৰিটাকৈ ঘৰ নৈৰ বুকুত বিলীন

    কৰ'ণাৰ সমান্তৰাল ভাৱে ৰাজ্যত বৰ্তমান বানেও ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বহুকেইখন জিলাৰ হাজাৰ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে। বানৰ লগে লগে অব্যাহত আছে গৰাখহনীয়াও ।

    বাইক ক্ৰয় কৰিবলৈ গৈ OLXত প্ৰৱঞ্চনাৰ বলি হ’ল তামুলপুৰৰ এজন যুৱক

    মঙলবাৰে প্ৰৱঞ্চকৰ দলটোৱে OLX যোগে এখন য়ামাহা বাইক বিক্ৰীৰ বাবে বিজ্ঞাপন দিছিল

    তামুলপুৰত আৰক্ষীক আক্ৰমণ যুৱকৰ; আক্ৰমণত আহত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া

    আৰক্ষী বিষয়াজনৰ লগতে আৰক্ষীৰ গাড়ী চালক বিশ্ব বিশ্বাসকো আক্ৰমণ কৰি মূৰ ফালি দিয়ে। যুৱকজনৰ আক্ৰাণত স্থানীয় গাঁওবুঢ়াজনো আহত হয়

    হাতে হাতে লাঠি লৈ তামুলপুৰৰ ৰাজপথত মহিলা, পিছে কিয় এনেদৰে ওলাই আহিল মহিলাসকল?

    চৌদিশে কোভিড-১৯ৰ সন্ত্ৰাস। এনে সংকটপূৰ্ণ মূহুৰ্তত তামুলপুৰ মহকুমা সদৰৰ ৰাজপথত কেইগৰাকী মান মহিলা। মহিলা কেইগৰাকীৰ হাতে হাতে লাঠি। মাজে মাজে দেখা গৈছে মহিলা কেইগৰাকীয়ে লাঠিৰে ইংগিত দি ৰঙিয়া-তামুলপুৰ-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমা সংযোগী পথত গাড়ী ৰখোৱাৰ দৃশ্য। আচলতে এইসকল...

    খোজ কাঢ়ি ভুটানৰ পৰা অসমত উপস্থিত ১০ শ্ৰমিত, এজন নিখোজ

    লকডাউনৰ মাজতে চুবুৰীয়া দেশ ভূটানত কৰ্মৰত অসমৰ ১১ জনকৈ লোকে সীমান্তৰ নৈৰ পাৰে পাৰে খোজকাঢ়ি আহি প্ৰৱেশ কৰিলে অসমত। ভাৰত-ভূটান সীমান্তৰ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ কাউলীত আজি প্ৰৱেশ কৰে মুঠ ১০ জনকৈ লোকে। ইয়াৰে ৫ গৰাকী লোক...

    দুষ্প্ৰাপ্য বনগাহৰি হত্যা কৰা ৮জনক খেদি খেদি আটক কুমাৰীকাটা বন বিভাগৰ

    ভূটান সীমান্তত আন জীৱ জন্তুকো হত্যা কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল ৮ জনীয়া দলটোৱে