Abdul Rajjak
Recent articles
Articles by this author
কৰ’ণাৰ ভয়ংকৰ ৰূপ, একেটা পৰিয়ালৰে ৭জন আক্ৰান্ত ডিব্ৰুগড়ত
ৰমেশ কেডিয়াৰ পত্নী, কন্যা, পুত্ৰ, ভাতৃ, ভাই বোৱাৰী আৰু ভটিজাক আক্ৰান্ত ধৰা পৰিছে কভিড-১৯ পজিটিভ
ডিব্ৰুগড়ৰ সেনা ছাউনীত কৰ’ণা আক্ৰান্ত সেনা জোৱানৰ মৃত্যু
চাবুৱাৰ দিনজান সেনা ছাউনীত শনিবাৰে মৃত্যু ঘটে কৰ'ণাত আক্ৰান্ত এজন সেনা জোৱানৰ। মৃত লোকজনৰ নাম ৰাজু চন্দ্ৰ দেৱ
দিল্লীৰ পৰা অহাৰ এদিন পাছতে কোৱাৰেণ্টাইনৰ নিয়ম ভংগ কৰি ঘুৰি ফুৰাৰ অভিযোগ ৰামেশ্বৰ তেলীৰ বিৰুদ্ধে
নতুন দিল্লীত লকডাউনৰ সময়ত দীঘলীয়া সময়ৰ বাবে আবদ্ধ হৈ থকাৰ পাছত সোমবাৰে দুপৰীয়া ভিষ্টাৰা বিমান যোগে ৰামেশ্বৰ তেলী দিল্লীৰ পৰা ডিব্ৰুগড়লৈ আহিছিল
ঘৰত পৰ্যাপ্ত কোঠা নথকাৰ বাবে চাংঘৰত হোম কোৱাৰেণ্টাইন যুৱকৰ
যুৱকজনৰ সংস্পৰ্শৰ পৰা আঁতৰি দূৰৰে পৰা সময়ে সময়ে যোগান ধৰা হৈছে খাদ্য, লগতে আশা কৰ্মীসকলে নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰি আহিছে যুৱকজনৰ
ডিব্ৰুগড় বৰবৰুৱাৰ গাড়ীচালকৰ দেহত ধৰা পৰিল কভিড ১৯, কেইবাজনলৈ সংক্ৰমণৰ আশংকা
গাড়ী চালক চবিৰ আলম নামৰ লোক জন কাৰ কাৰ সংস্পৰ্শলৈ আহিছিল সেই সন্দৰ্ভত প্ৰশাসনে তথ্য সংগ্ৰহ কৰাৰ লগতে স্বাৱ পৰীক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে
দৰমহাও নাপায়, আৰক্ষীও নহয় কিন্তু দিনে-নিশাই ডিব্ৰুগড়ৰ ট্ৰাফিক নিয়ন্ত্ৰণ এজন মুকবধিৰ লোকৰ
কোনো দিনেই অসম আৰক্ষীত নিযুক্তি লাভ কৰা নাই লোকজন। ট্ৰাফিক নিয়ন্ত্ৰণ কৰাৰ বাবদ নাপাই এপইচাও। শৃংখলাবদ্ধতাৰে ৰাজপথত নিয়ন্ত্ৰণ কৰে যান-জঁট